অলিম্পিকত পদক নিশ্চিত কৰিলে অসম কন্যা লাভলীনাই

চাইনীজ টাইপেই শক্তিশালী প্ৰতিদ্বন্দী ছেন নিয়েনক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে অসমৰ বক্সাৰগৰাকীয়ে।

চাৰি আগষ্টত ছেমি ফাইনেলত ৰিঙত নামিব লাভলীনা বৰগোহাঁই। অলিম্পিকত পদক নিশ্চিত কৰা প্ৰথমগৰাকী অসমীয়া হ’ব বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোঁহাই ।

Exit mobile version