মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা : উত্তীৰ্ণ হাৰ 93.10 শতাংশ

bihar board class 10 results

* ঘোষণা হ’ল 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ।

* বিগত বৰ্ষৰ উত্তীৰ্ণ হাৰতকৈ 28 শতাংশ বৃদ্ধিৰে 2021 বৰ্ষৰ উত্তীৰ্ণ হাৰ 93.10 শতাংশ ।

* অৱতীৰ্ণ হৈছিল 4,26,553 পৰীক্ষাৰ্থী । উত্তীৰ্ণ 3,97,132 জন ।

* প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 88,521জন ।

* দ্বিতীয় বিভাগত 1,60,298 জন আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 1,48,313 জন ।

*লেটাৰ মাৰ্ক লাভ কৰিছে 1,64,377 জন পৰীক্ষাৰ্থীয়ে ।

* 10,348 জনে ডিষ্টিংচন, 20,092 জন পৰীক্ষাৰ্থীয়ে লাভ কৰিছে ষ্টাৰ মাৰ্ক।

* উত্তীৰ্ণ শীৰ্ষত বিশ্ব নাথ জিলা । জিলাখনত মুঠ উত্তীৰ্ণ হাৰ 99.40 শতাংশ

Exit mobile version