উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা

ahsec 1200

■ আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল ।
■ পূৰ্বতকৈ উত্তীৰ্ণৰ হাৰ বৃদ্ধি ।
■ কলা শাখাত ১,৯১,৮৫৫ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল, উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ ।
■ বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল ১৮,৪৪৩ গৰাকী শিক্ষাৰ্থী, ইয়াৰে ৯৯.৫৭ শতাংশ উত্তীৰ্ণ হৈছে ।
■ বিজ্ঞান শাখাত ৩৮,৪৩০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল, ৯৯.০৬ শতাংশ উত্তীৰ্ণ হয় ।
■ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে ১,০২,৩৫০ গৰাকী, দ্বিতীয় বিভাগত ৯৯,৬২৬ গৰাকী আৰু তৃতীয় বিভাগত ৪৪,২৪৯ গৰাকী ছাত্ৰ-ছাত্ৰী ।

Exit mobile version