- আগন্তুক উপ-নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক হৰুৱাবলৈ ৰাইজৰ দলে হওক অসম জাতীয় পৰিষদে হওক বা অন্যান্য দল সমূহৰ সৈতে মিত্ৰতা সন্দৰ্ভত তথা কংগ্ৰেছ দলক বাদ দি, ৰাজ্যই হওক বা কেন্দ্ৰই হওক ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে যুঁজ দিয়াটো যে অসম্ভৱ সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ।
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই পঞ্চায়তৰ অধীনত থকা অঞ্চল সমূহত ঘৰ বনাবলৈ কৰ দিব লাগিব বুলি এক প্ৰকাৰ ঘোষণা কৰাৰ পিছতে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াক খাৰিজ কৰাৰ আৰৰ কাহিনী আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ বাধ্যবাধকতা সন্দৰ্ভত প্ৰতিক্ৰিয়া ।
- বিজেপিৰ মন্ত্ৰী সকলৰ মাজত কোনো অন্তঃকণ্ডল আছে নেকি বুলি সোধা এক প্ৰশ্ন ওপৰত মোৰ দৃষ্টিভংগী ব্যক্ত কৰো ।