Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত গোসাঁইগাঁৱৰ ছিংৰীঝৰাত উত্তাল প্ৰতিবাদ প্ৰাক্তন এনডিএফবি কেডাৰৰ

আগন্তক ১৫ আগষ্টৰ ভিতৰত মুক্তিৰ দাবী অন্যথা ভয়ংকৰ পৰিস্থিতি হুংকাৰ

publisher by publisher
August 7, 2021
in Assam, India, News
Reading Time: 1 min read
0
ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত গোসাঁইগাঁৱৰ ছিংৰীঝৰাত উত্তাল প্ৰতিবাদ প্ৰাক্তন এনডিএফবি কেডাৰৰ
1
SHARES
9
VIEWS
ShareShareShareShare

এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীসহ আৰু একাধিক নেতাৰ মুক্তিৰ দাবী আৰু প্ৰাক্তন এনডিএফবিৰ সমস্যা সমাধানৰ দাবীত আজি প্ৰাক্তন এনডিএফবি কেডাৰসকলে তীব্ৰ বিক্ষোভ প্ৰদৰ্শন কৰে ।

ADVERTISEMENT

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ চৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত অতি ভিতৰুৱা ঠাই ছিংৰীঝৰা গাঁৱত প্ৰায় দুই শতাধিক প্ৰাক্তন এনডিএফবি কেডাৰে হাতে-হাতে প্লেকাৰ্ড লৈ এনডিএফবি লং লিভ, ৰঞ্জন দৈমাৰীক মুক্তি দিয়ক, বিটিআৰ চুক্তি আখৰে আখৰে কাৰ্যকৰী কৰক, এনডিএফবি কেডাৰসকলৰ পুনৰ সংস্থাপন দিয়ক আদি বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

RelatedPosts

এনডিএফবি (সঃ) নেতা ফেৰেংগাৰ নিৰ্দেশত হত্যা কৰিছিল বি বিদায়ে!

NDFB Leader:মুকলি আকাশলৈ অহাৰ পথ প্রশস্ত এম বাথাসহ ৩৫ কাৰাবন্দী এনডিএফবিৰ

অভিযুক্ত ব্যক্তিৰে শান্তি চুক্তি কৰাটো আইন বিৰোধী

আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰঞ্জন দৈমাৰীকে আদি কৰি যিবোৰ এনডিএফবি নেতা আজিও কাৰাগাৰত থাকিবলগীয়া হৈছে সকলোৰে মুক্তিৰ দাবী জনোৱাৰ লগতে প্ৰাক্তন এনডিএফবিসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যাতে চৰকাৰে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে দাবী জনায়।

আনহাতে ২২ জুলাইত ৰঞ্জন দৈমাৰীক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গোপনে কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ ১০ নং বেটেলিয়নৰ ছাউনিত আনি কিয় ৰখা হৈছে বুলি প্ৰশ্ন কৰি প্ৰাক্তন এনডিএফবি কেডাৰসকলে এয়া চৰকাৰৰ এক কূটীল ষড়যন্ত্ৰ বুলি অভিযোগ কৰে । এনডিএফবিৰ লগত শান্তি চুক্তি তথা বিটিআৰ চুক্তি সম্পন্ন হোৱাৰ পাছত ৰঞ্জন দৈমাৰী, বি বিদাই, জৰ্জ বড়োকে ধৰি আন একাধিক এনডিএফবিক কাৰাগাৰত বন্দী কৰি ৰখাৰ কি যুক্তি আছে বুলিও প্ৰশ্ন কৰে ।

চৰকাৰৰ এই মানসিকতাৰে কেনেদৰে প্ৰকৃত শান্তি আহিব বুলিও প্ৰশ্ন কৰে প্ৰতিবাদকাৰী প্ৰাক্তন আৰু যুদ্ধবিৰত এনডিএফবি কেডাৰসকলে । ৰঞ্জন দৈমাৰীক কাৰাগাৰত আটক কৰি ৰাখিলে বড়োলেণ্ড অঞ্চলত কেতিয়াও প্ৰকৃত শান্তি ঘূৰি নাহিব । বিনা চৰ্তে কাৰাগাৰত বন্দী ৰঞ্জন দৈমাৰীসহ আন এনডিএফবিৰ আন শীৰ্ষ নেতাসকলক শীঘ্ৰে (১৫ আগষ্টৰ পূৰ্বে) মুক্তি দিব লাগিব নহ’লে আগন্তক ১৫ আগষ্টৰ পিছত ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি আজি আন্দোলনৰত এনডিএফবি কেডাৰসকলে সঁকিয়নী দিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NDFBRanjan Daimary
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d