আজি প্রকাশ পালে নতুন এছ‌অ’পি ,কি আছে এই নতুন এছঅ’পিত ?

234811 08 06 21 guwahati empty road during a curfew 11

■ ১৮ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব নতুন এছ‌অ’পি ।

■ এ‌ছ‌অ’পি অনুসৰি সন্ধিয়া ছয় বজাৰ লৈকে খুলিব পাৰিব দোকান বজাৰ ।

■ৰাতি সাতটাৰ পৰা পুৱা পাঁচ বজালৈ সান্ধ্য আইন বলৱৎ হ’ব ।

■ বিবাহ বা মংগলিক কাৰ্যত ২৫ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব ।

■ জনসাগমত মাস্ক পৰিধান কৰা বাধ্যতামূলক ।

■ MBBS চূড়ান্ত বৰ্ষ ,BSC নাৰ্ছিং GNM চূড়ান্ত বৰ্ষৰ পাঠদান এক ছেপ্টেম্বৰৰ পৰা আৰম্ভ ।

■ আন্ত:জিলাৰ যান-বাহন চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম সংখ্যাৰ নীতি-নিয়ম নাথাকিব ।

■বন্ধ থাকিব সকলো চেনেমা হ’ল ।

■ধাবা -হোটেল ৰেষ্টুৰেণ্ট ৫০শতাংশ লোকহে যাব পাৰিব ।

■মুকলি স্থানত ২০০ জন লোক উপস্থিত হৈ সভা অনুষ্ঠিত কৰিব পাৰিব।

■ইতিহাস প্ৰসিদ্ধ স্থানত এঘন্টাত ২০ লোকে পৰিদৰ্শন কৰিব পাৰিব ।

Exit mobile version