Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চুক্তি অনুসৰি ৩১ ডিচেম্বৰৰ পূৰ্বে তালিবানে চৰকাৰ গঠন কৰিব নোৱাৰিবঃ প্ৰতিবেদন

publisher by publisher
August 21, 2021
in News, Politics
Reading Time: 1 min read
0
চুক্তি অনুসৰি ৩১ ডিচেম্বৰৰ পূৰ্বে তালিবানে চৰকাৰ গঠন কৰিব নোৱাৰিবঃ প্ৰতিবেদন
1
SHARES
13
VIEWS
ShareShareShareShare

চুক্তি ভংগ কৰি তালিবানে কাবুল দখল কৰাৰ অভিযোগ কৰিছে আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে । দেশত চৰকাৰ গঠন কৰাক লৈও আমেৰিকাৰ স’তে তালিবানৰ পৃথক চুক্তি হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে । চুক্তি অনুসৰি, ৩১ আগষ্টৰ ভিতৰত আফগানিস্তানৰ পৰা সকলো নাগৰিকক উদ্ধাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকাই । এই কাৰ্য সম্পন্ন নোহোৱা পৰ্যন্ত চৰকাৰ গঠন কৰিব নোৱাৰিব বুলি তালিবানৰ চুক্তি হৈছে আমেৰিকাৰ স’তে ।

ADVERTISEMENT

যোৱা ১৫ আগষ্টত কাবুল দখল কৰে তালিবানে । ইয়াৰ পাছতেই প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰ্জাই আৰু ঘানি বিৰোধী আব্দুল্লাৰ স’তে চৰকাৰ গঠনৰ আলোচনা কৰি আছে তেওঁলোকে । চৰকাৰ গঠনৰ সন্দৰ্ভত এই পৰ্যন্ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । আমেৰিকাৰ স’তে স্বাক্ষৰিত চুক্তিৰ বাবেই চৰকাৰ গঠন কৰা সম্ভৱ হোৱা নাই বুলি জনাইছে নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক ঘানি চৰকাৰৰ কাৰ্যকালৰ এজন বিষয়াই ।

RelatedPosts

AI Fashion show: PM Modi, Joe Biden, Elon Musk, Donald Trump, Vladimir Putin walk the Fake Fashion show Ramp:গেটছৰ পৰা মোদীলৈকে বিশ্বৰ শীর্ষ নেতাৰ এআই ফেশ্বন শ্ব’ পাতিলে মাস্কে

Joe Biden : চলিত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে

Donald Trump : ডনাল্ড ট্ৰাম্প পুনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ’বলৈ সাজু !

আমেৰিকাৰ স’তে তালিবানৰ মধ্যস্থতাত সম্প্ৰতি সংগঠনৰ নেতা আনছ হাক্কানিক গুৰুত্বপূৰ্ণ ভূমিকাত দেখা গৈছে । তেৱেঁই এই বিশেষ চুক্তিৰ কথা ফাদিল কৰিছে আন্তৰ্জাতিক সংবাদ মাধ্যমত দাবী কৰিছে ঘানি চৰকাৰৰ সেই বিষয়াজনে । তেওঁৰ দাবী, কাবুলক লৈ আমেৰিকাৰ স’তে আগতেই চুক্তিবদ্ধ হৈছিল তালিবান । ৩১ আগষ্ট পৰ্যন্ত সময় বিচাৰিছিল আমেৰিকাই । যাতে এই সময়সীমাৰ ভিতৰত সকলো নাগৰিকক উদ্ধাৰ কৰিব পাৰে তেওঁলোকে । আমেৰিকাই ৩১ আগষ্ট পৰ্যন্ত সকলো নাগৰিককে উদ্ধাৰ নকৰা পৰ্যন্ত তালিবানে একো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে বুলি লিখা আছিল চুক্তিখনত ।

তালিবানৰ স’তে আমেৰিকাৰ সঁচাকৈয়ে কোনো চুক্তি স্বাক্ষৰ হৈছিল নে নাই, তাক লৈ আমেৰিকাৰ তৰফৰ পৰা এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া পোৱা নাই । বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি জ’ বাইডেনে জনাইছে যে দেশৰ সকলো নাগৰিককে নিৰাপদে উভতাই অনাই তেওঁলোকৰ লক্ষ্য । কিন্তু ৩১ ডিচেম্বৰৰ পাছতো যদি আমেৰিকাৰ কোনো নাগৰিক আফগানিস্তানত থাকি যায় ? এই প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰপতি বাইডেনে কয়, ‘আমেৰিকাৰ এজন নাগৰিকো যদি আফগানিস্তানত আৱদ্ধ হৈ থাকে, তেওঁক উদ্ধাৰ নকৰা পৰ্যন্ত আমি আঁতৰি নাহো ।’ যদিও ৯/১১ আক্ৰমণৰ কুৰি বছৰ পূৰ্তি উপলক্ষে ৩১ ডিচেম্বৰৰ ভিতৰত আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰাৰ কথা আগতেই ঘোষণা কৰিছিল বাইডেনে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ashraf GhaniHamid KarzaiJoe Biden
publisher

publisher

Related Posts

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d