জুৰীয়াৰ সূঁতিৰপাৰত যুৱতীক ধৰ্ষণৰ অপচেষ্টা লম্পটৰ

জুৰীয়াৰ সূঁতিৰপাৰত এগৰাকীযুৱতীক ধৰ্ষণৰ অপচেষ্টা কৰে এজন লম্পটে ।

ৰাইজে কৰায়ত্ত কৰি গতালে আৰক্ষীক ।

এগৰাকী যুৱতীক অশালীন আচৰণ লম্পট যুৱকৰ ।

আহমেদ আলী নামৰ লম্পটটোৱে যুৱতীগৰাকীক ধৰ্ষণৰ অপচেষ্টা কৰে ।

পথাৰত ছাগলী এৰাল দিবলৈ যোৱা যুৱতীগৰাকীক খৰিৰ বোজা তুলি দিবলৈ অনুৰোধ জনাইছিল লম্পটটোৱে ।

খৰিৰ বোজা তুলি দিওঁতে যুৱতীগৰাকীক অশালীন আচৰণ লম্পটটোৰ।

যুৱতীগৰাকীয়ে চিঞৰ বাখৰ লগোৱাত স্থানীয় ৰাইজে আটক কৰে লম্পট আহমেদক ।

ৰাইজে লপা-থপা দি লম্পটটোক আৰক্ষীক গতাই দিয়ে ।

Exit mobile version