Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Body of missing police Constable found after 11 months:১১ মাহৰ পাছত সন্ধানহীন আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ

গাঁত খান্দি কংকাল উলিয়ালে আৰক্ষীয়ে হত্যা কৰি পুতি থ'লে দুই পুত্রসহ পত্নী, ডাম্পাৰচালক গ্ৰেপ্তাৰ

publisher by publisher
June 15, 2025
in Assam, Crime, News
Reading Time: 1 min read
0
Body of missing police Constable found after 11 months:১১ মাহৰ পাছত সন্ধানহীন আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Piyanka Gandhi Election Rally in Nazira:নাজিৰাত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

Nazira:নাজিৰাত ৰে’ল লাইনত উদ্ধাৰ মহিলাৰ মৃতদেহ

Nazira:১৯৭৫তে নির্মিত একেখন চিতাতে সৎকাৰ হয় নাজিৰাৰ মৃতকৰ

Body of missing police Constable found after 11 months:

অৱশেষত উদ্ধাৰ হ’ল ১১ মাহ পূর্বে ৰহস্যজনকভাৱে সন্ধানহীন হোৱা অসম আৰক্ষীৰ এজন বেটেলিয়ন জোৱানৰ মৃতদেহ। জোৱানজনক তেওঁৰ দ্বিতীয় পত্নীয়ে দুই পুত্র আৰু এজন ডাম্পাৰ চালকৰ স’তে মিলি হত্যা কৰি মৃতদেহ পুতি থোৱাৰ সন্দেহত আৰক্ষীয়ে চাৰিওকে গ্ৰেপ্তাৰ কৰিছে।

ADVERTISEMENT

তদুপৰি ঘটনা সংক্রান্তত আৰক্ষীয়ে জোৱানজনৰ শহুৰেক (দ্বিতীয়) ক আৰু এজন অভিযুক্তৰ ভনী জোঁৱায়েককো আটক কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ ২৭ জুলাইত ৰহস্যজনকভাৱে সন্ধানহীন হয় নাজিৰাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তর্গত ৰহদৈ নিমাইগড় হাবিগাঁৱৰ নিৱাসী তথা মানকাচাৰস্থিত অসম আৰক্ষীৰ ২৬ নম্বৰ বেটেলিয়নৰ হাবিলদাৰ ৰবিউল হুছেইন (৫১)।

হুছেইন ৰহস্যজনকভাৱে সন্ধানহীন হোৱাৰ পাছতে তেওঁৰ দ্বিতীয়া পত্নী বেবী বেগম আৰু দুই পুত্র বিদুল আৰু মাফুছৰ বিৰুদ্ধে তেওঁৰ প্ৰথমা পত্নী আৰক্ষীৰ দ্বাৰস্থ হয়। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে জোৱানজনৰ দ্বিতীয়া পত্নী, দুই পুত্র আৰু দ্বিতীয় শহুৰেকক গ্ৰেপ্তাৰ কৰে। কিছুদিন ন্যায়িক জিম্মাত থকাৰ পাছত আটাইকেইজন জামিনত মুকলি হৈ আহে। অৱশ্যে ঘটনাটোৰ অন্যতম অভিযুক্ত মুকিব আলী নামৰ ডাম্পাৰচালকজনে আত্মগোপন কৰে।

আলীৰ স’তে জোৱান হুছেইনৰ দ্বিতীয়া পত্নীৰ গোপন সম্পর্ক থকাৰো অভিযোগ উত্থাপন হৈছে। শনিবাৰে আৰক্ষীয়ে গোচৰটোত হুছেইনৰ দ্বিতীয়া পত্নী, দুই পুত্ৰ, ডাম্পাৰচালক মুকিবক গ্ৰেপ্তাৰ কৰে। ইয়াৰে মুকিবক চেন্নাইত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনে।

আনহাতে, হুছেইনৰ প্ৰথমা পত্নীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি, যোৱা বছৰৰ ২৭ জুলাইৰ নিশা তেওঁৰ স্বামীক দ্বিতীয়া পত্নী বেগম, দুই পুত্ৰ আৰু ডাম্পাৰচালক মুকিবে মিলি আঠটা টোপনি অহা টেবলেট পানীত মিলাই খোৱাই অচেতন কৰে। তাৰ পাছতে তেওঁক মুখত গাৰুৰে হেঁচা মাৰি ধৰে দলটোৱে। তদুপৰি বেবী বেগমৰ প্ৰথম পুত্ৰই চোকা অস্ত্ৰৰে পিতৃৰ পেটত আঘাত হানে।

ইপিনে, আৰক্ষীৰ জেৰাত অভিযুক্ত মুকিবে প্ৰকাশ কৰিছে যে জোৱানজনক হত্যা কৰাৰ পাছতে নিশাই মৃতদেহ বস্তাত ভৰাই তেওঁৰ ঘৰৰ পিছফালে পুতি পেলোৱা হয়। তাৰ পৰাই শনিবাৰে পুৱা আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত জোৱানজনৰ মৃতদেহ (কংকাল) গাঁত খান্দি উলিয়ায়। জোৱানজনৰ প্ৰথমা পত্নীৰ ১১ মাহজোৰা চেষ্টাৰ অন্তত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে।

আৰক্ষীয়ে অভিযুক্ত মুকিবৰ ভনী জোঁৱায়েক আৰু বেবী বেগমৰ পিতৃকো আটক কৰিছে।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, জোৱান হুছেইনে দ্বিতীয় বিবাহ কৰাৰ পাছতে তেওঁৰ প্ৰথমা পত্নী অর্জুনগুৰিস্থিত পিতৃৰ গৃহলৈ গুচি যায় দুয়োৰে এজন পুত্ৰ আৰু এগৰাকী কন্যাও আছে। পাছত তেওঁৰ দ্বিতীয় পত্নীয়েও দুটি পুত্র সন্তান জন্ম দিয়ে। জোৱানজনে দুয়োগৰাকী পত্নী আৰু আটাইকেইটি সন্তানক চোৱাচিতা কৰিছিল।

তেওঁৰ দ্বিতীয় পত্নীৰ ফালৰ দুই পুত্ৰই একাদ্বশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা অৱস্থাত ঘটনাটো সংঘটিত হয়। জোৱানজনে দুখন ডাম্পাৰো ক্ৰয় কৰে। ইয়াৰে এখন ডাম্পাৰ পাছত তেওঁ বিক্ৰী কৰে। আনখন ডাম্পাৰৰ চালকৰূপে তেওঁ নিমাইগাঁৱৰ হাবিগাঁৱৰ মুকিব আলী (৩৫)ক নিযুক্তি দিয়ে। অৱশেষত এই মুকিব জোৱানজনৰ হত্যাত অভিযুক্ত হয়।

একাংশৰ মতে, মুকিবৰ বেবী বেগমৰ স’তে গোপন সম্পর্ক আছিল। ইয়াৰ পৰিণতিত হত্যাকাণ্ডটো সংঘটিত হয় বুলি অভিযোগ উত্থাপন হৈছে। অৱশ্যে হত্যাকাণ্ডৰ কাৰণ সম্পত্তিকেন্দ্রিক হোৱাৰো সন্দেহ প্রকট হৈছে। কাৰণ পিতৃক হত্যাত জোৱানজনৰ দ্বিতীয় পত্নীৰ ফালৰ দুই পুত্ৰই সহযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি যোৱা বছৰৰ ২৭ জুলাইত পিতৃক কৰ্মস্থলীলৈ বুলি ঘৰৰ পৰা আগবঢ়াই দিয়া বুলিও জোৱানজনৰ জ্যেষ্ঠ পুত্রই প্রথমাৱস্থাত দাবী কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 2nd wife and sons arrestedBody of missing police Constablefound after 11 monthsmathurapur policeNazira
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d