ক’ভিড আপডেট

●  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৪২,৬১৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

ADVERTISEMENT

● দৈনিক সংক্ৰমণৰ হাৰ ২.৫০ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,২৯,৪৫,৯০৭ জন ।

● ইতিমধ্যে ৪,৪০,২২৫ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ৩৩০ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৫২,৮২,৪০,০৩৮ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● বিগত ২৪ ঘণ্টাত ১৭,০৪,৯৭০ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৬৭,৭২,১১,২০৫ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ৭৪,৮৪,৩৩৩ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version