ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গ’ল ‘মা কমলা’ ফেৰী

● নিমাতীঘাটত ফেৰী দুৰ্ঘটনা
● দুখন ফেৰীৰ মাজত সংঘৰ্ষ
● সংঘৰ্ষৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গ’ল ‘মা কমলা’ নামৰ ফেৰীখন
● নিমাতীঘাটৰ পৰা মাজুলীলৈ গৈ আছিল ‘মা কমলা’
● ফেৰীখনত মুঠ ১১৫জন যাত্ৰী আছিল
● এই পৰ্যন্ত যাত্ৰীসকল সন্ধানহীন
● ইতিমধ্যে ৩০ৰ পৰা ৩৫ জন যাত্ৰী উদ্ধাৰ
● এছডিআৰ‌এফ-এনডিআৰ‌এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

Exit mobile version