Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

    যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

    আমেৰিকাৰ ৰেহাই, ৰাছিয়াৰ তেললৈ ভাৰতৰ ডাঙৰ পদক্ষেপ—৩০ মিলিয়ন ব্যাৰেল ক্ৰুড ক্ৰয়

    ইৰাকত তেল টেংকাৰত আক্ৰমণ, শান্তিৰ বাবে তিনিটা চৰ্ত ৰাখিলে ইৰানে

    এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

    হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

মহানগৰত ১৭ ছেপ্টেম্বৰত ৬০,০০০ পালি টিকাকৰণৰ লক্ষ্য, ২৪x৭ চলিব টিকাকৰণ

publisher by publisher
September 14, 2021
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
মহানগৰত ১৭ ছেপ্টেম্বৰত ৬০,০০০ পালি টিকাকৰণৰ লক্ষ্য, ২৪x৭ চলিব টিকাকৰণ
1
SHARES
12
VIEWS
ShareShareShareShare

অহা ১৭ ছেপ্টেম্বৰত হ’ব লগা মেগা টিকাকৰণ অভিযানত কামৰূপ মেট্ৰ জিলাত অতি কমেও ৬০,০০০ পালি টিকাকৰণৰ লক্ষ্য স্থিৰ কৰিছে জিলা প্ৰশাসনে৷

ADVERTISEMENT

এই লক্ষ্যত উপনীত হোৱাৰ বাবে টিকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷

RelatedPosts

Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

Maharaj PrithuFly Over:আজি আনুষ্ঠানিকভাৱে মুকলি হ’ব উত্তৰ- পূৰ্বাঞ্চলৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণসেতু

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে অহা ১৭ ছেপ্টেম্বৰত দেশজুৰি আয়োজন কৰা হৈছে মেগা টিকাকৰণ অভিযানৰ৷ এই অভিযানৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে সোমবাৰে বিয়লি উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হয় গুৰূত্বপূৰ্ণ বৈঠক৷

স্বাস্থ্য বিভাগ আৰু এনজিও’ সমূহৰে হোৱা এই বৈঠকত টিকাকৰণ অভিযানত এনজিও’ সমূহক অধিক সক্ৰিয়ভাৱে জড়িত হ’বলৈ আহ্বান জনায় উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷

যোৱা ২১ জুনত অংশ লোৱা কেন্দ্ৰসমূহ পুনৰ সক্ৰিয় কৰাৰ লগতে অতিৰিক্ত কেন্দ্ৰ সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে৷

নিয়মীয়া সূচীৰ পৰিৱৰ্তে সেইদিনা পুৱা আঠ বজাৰ পৰা সন্ধ্যা পাঁচ বজালৈ টিকাকৰণ কৰাৰ নিৰ্দেশ দিয়ে উপায়ুক্তই৷ লগতে কেতবোৰ নিৰ্বাচিত এইজিও’ত ২৪x৭ টীকাকৰণৰো নিৰ্দেশ দিয়া হয়৷

লগতে এই অভিযানৰ বিষয়ে ৰাইজৰ মাজত বহুল প্ৰচাৰৰ বাবে যথোপযুক্ত ব্যৱস্থা ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে উপায়ুক্তই৷

আজিৰ বৈঠকখনত অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰয়চৌধুৰীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷

মহানগৰৰ প্ৰায় ১১.৬৪ লাখ লোকে প্ৰথম পালি ভেকচিন লাভ কৰাৰ বিপৰীতে ৫.১৩ লাখ লোকে দ্বিতীয় পালি ভেকচিন লাভ কৰিছে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: covid19GuwahatiVaccination
publisher

publisher

Related Posts

যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই
News

যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

March 12, 2026
আমেৰিকাৰ ৰেহাই, ৰাছিয়াৰ তেললৈ ভাৰতৰ ডাঙৰ পদক্ষেপ—৩০ মিলিয়ন ব্যাৰেল ক্ৰুড ক্ৰয়
News

আমেৰিকাৰ ৰেহাই, ৰাছিয়াৰ তেললৈ ভাৰতৰ ডাঙৰ পদক্ষেপ—৩০ মিলিয়ন ব্যাৰেল ক্ৰুড ক্ৰয়

March 12, 2026
ইৰাকত তেল টেংকাৰত আক্ৰমণ, শান্তিৰ বাবে তিনিটা চৰ্ত ৰাখিলে ইৰানে
News

ইৰাকত তেল টেংকাৰত আক্ৰমণ, শান্তিৰ বাবে তিনিটা চৰ্ত ৰাখিলে ইৰানে

March 12, 2026
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
India

March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
News

হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

March 11, 2026
Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল
News

Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d