কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ

police encounter 1

ভাৰত-ভূটান সীমান্তৰ লুংছুঙত এনকাউণ্টাৰ ।

সংঘৰ্ষত নিহত দুজন যুৱক ৷

নিহতদ্বয় ক্ৰমে জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰী ।

ঘটনাস্থলীৰ পৰা উদ্ধাৰ দুটা পিষ্টল , আঠটা হেণ্ডগ্ৰেণেড আৰু আপত্তিজনক সামগ্ৰী ।

যুৱক দুজন নৱগঠিত ইউএলবিৰ বুলি সন্দেহ কৰা হৈছে ।

দুদিন পূৰ্বে আত্মপ্ৰকাশ কৰি চৰকাৰক ভাবুকি দিছিল নৱগঠিত ইউএলবি-য়ে ।

পৃথক বড়োলেণ্ড গঠনৰ দাবীত দুদিন পূৰ্বে আত্মপ্ৰকাশ কৰি প্ৰেছবাৰ্তাযোগে নিজ স্থিতি ঘোষণা কৰিছিল নৱগঠিত ইউএলবিয়ে ।

Exit mobile version