কিছু সময়ৰ পাছতেই আৰম্ভ হব অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান

এক,দুই,তিনি নং ধলপুৰ দিশে আগুৱাইছে অসম পুলিচ ,চিআৰপিএফ জোৱান।

দৰং জিলা প্ৰশাসনৰ নেতৃত্বত চলিব এই উচ্ছেদ অভিযান ।

ইতিমধ্যে আহি উপস্থিত হৈছে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া।

Exit mobile version