অক্টোবৰৰ পৰা মুকলি হ’ব পৰ্যটন ক্ষেত্ৰঃ মুখ্যমন্ত্ৰী

148696 himanta bis

● এক অক্টোবৰৰ পৰা অধিক শিথিল হ’ব ক’ভিড বিধি
● কিছু সংখ্যক জিলা পৰ্যৱেক্ষণত ৰখা হ’ব
● পৰ্যায়ক্ৰমে খোলা হ’ব বিদ্যালয়-মহাবিদ্যালয়
● এক অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম-দশমৰ শ্ৰেণী
● আৰম্ভ হ’ব স্নাতক দ্বিতীয় বৰ্ষৰ পাঠদান
● অহা এক তাৰিখৰ পৰা মুকলি কৰা হ’ব পৰ্যটন ক্ষেত্ৰ
● সকলোৱে ভেকচিন ল’ব লাগিব ।

Exit mobile version