◆কোকৰাঝাৰৰ এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে প্ৰতিবাদ
◆আজি ওদালগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে ওদালগুৰি জিলা এবছুৱে
◆ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ সন্মুখত এই প্ৰতিবাদ
◆প্ৰতিবাদত উপস্থিত থাকে কে’বা শতাধিক প্ৰতিবাদকাৰী
◆আমাক ন্যায় লাগে, ভুৱা এনকাউণ্টাৰ বন্ধ কৰক, কোকৰাঝাৰ আৰক্ষী গ’বেক শ্লোগান প্ৰদান প্ৰতিবাদকাৰীসকলৰ
◆কোকৰাঝাৰৰ ঘটনাক ভুৱা এনকাউণ্টাৰ আখ্যা প্ৰতিবাদকাৰীৰ
◆নিহত দুই যুৱকৰ হত্যাকাণ্ডৰ ন্যায় দাবী প্ৰতিবাদকাৰীসকলৰ
◆এনে ধৰণৰ ভুৱা এনকাউণ্টাৰ সহ্য নকৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ
◆ভুৱা এনকাউণ্টাৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কৰে সংগঠনটোৱে
◆নিহত লোকৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী ।
কোকৰাঝাৰৰ এনকাউণ্টাৰক লৈ প্ৰতিবাদ
