গোসাঁইগাঁও আৰ এন বি চিভিল হাস্পতালত নাইট ডিউটী কাৰ্যালয় তলাবন্ধ

● হাস্পতাল কৰ্তৃপক্ষৰ অসম আৰক্ষীক অৱমাননা ।
● গোসাঁইগাঁও আৰ এন বি চিভিল হাস্পতালত চাঞ্চল্যকৰ পৰিৱেশ ।
● ১৩ বছৰীয়া নিৰুদ্দেশ ছোৱালীক উদ্ধাৰ কৰাৰ পাছত ক’ভিড পৰীক্ষাক লৈ অসম আৰক্ষী আৰু চিকিৎসকৰ মাজত তৰ্ক-বিতৰ্ক ।
● গোসাঁইগাঁও মহকুমাৰ গুৰুফেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অংগৰাজ ছেত্ৰীয়ে জোনোৱা মতে, হাস্পতাল কৰ্তৃপক্ষই আৰক্ষীৰ দলক প্ৰায় দুঘণ্টা অপেক্ষাৰ অন্তত ক’ভিড পৰীক্ষা নহয় বুলি জনায় ।
● সংবাদ মাধ্যমৰ কৰ্মী হাস্পতালত উপস্থিত হোৱাৰ পাছত হাস্পতাল কৰ্তৃপক্ষৰ পলায়ন ।
● অৱশেষত গুৰুফেলা আৰক্ষীয়ে হাস্পতাল কৰ্তৃপক্ষৰ কাণ্ডত দুখ প্ৰকাশ কৰাৰ লগতে ২৪ ঘণ্টাই ক’ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনায় ।

Exit mobile version