প্রথমবাৰ পুঁজি বজাৰত ছেনছেক্সে ৬০ হেজাৰৰ সীমা অতিক্রম কৰিলে

market 2 16298997323x2 1

দেশৰ শ্বেয়াৰ বজাৰত চমকপ্রদ উত্থান অব্যাহত আছে।কালি পুঁজি বজাৰৰ ছেনছেক্সে পুনৰ এক নতুন ইতিহাস ৰচনা কৰিলে। শুকুৰবাৰে প্ৰথমবাৰৰ বাবে ভাৰতত শ্বেয়াৰ বজাৰৰ ছেনছেক্সে ৬০ হেজাৰৰ সীমা অতিক্রম কৰিলে।

ADVERTISEMENT

ইয়াৰ পূর্বে বৃহস্পতিবাৰেও ছেনছেক্স আৰু নিফটিয়ে নতুন অভিলেখ ৰচনা কৰিছিল। কৰ’নাৰ ব্যাপক সংক্ৰমণৰ পাছতাে ভাৰতীয় শ্বেয়াৰ বজাৰৰ এনে চমকপ্রদ উত্থান বাণিজ্যিক জগতৰ বাবে এক আশাৰ বতৰাত পৰিণত হৈছে।

Exit mobile version