ৰাইজৰ আস্থাত থকা ‘ৰাইজৰ দল’ এতিয়া আৰু নাই

গুৱাহাটী প্ৰেছ ক্লাৱত ৭০ সংগঠনৰ নেতৃত্ব আৰু ৰাইজৰ দলৰ বিষয়ববীয়াৰ সংবাদমেল।

ৰাইজৰ দলৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ ৭০ সংগঠনৰ।

ৰাইজৰ দলৰ বিৰুদ্ধে একাধিক অভিযোগ।

ৰাজনৈতিক অপৰিপক্কতা প্ৰকাশ পাইছে দলটোৱে।

জাতীয় স্বাৰ্থৰ প্ৰতি পিঠি দিছে, দলীয় অন্ত:কন্দলে গা কৰি উঠিছে।

ব্যক্তি স্বাৰ্থত অধিক গুৰুত্ব আৰোপ কৰিছে।

চৰম একনায়কত্ববাদ চলিছে ৰাইজৰ দলৰ মাজত।

কোনো ধৰণৰ সাংগঠনিক কথা বতৰা ৭০ সংগঠনৰ সৈতে আলোচনা হোৱা নাই।

৭০ সংগঠনৰ ঐক্যমন্চ আজিৰে পৰা ভংগ ঘোষণা ।

ৰাইজৰ দলৰ কেন্দ্ৰীয়, জিলা আৰু আন্চলিক কমিটিৰ কেইবাজনো নেতা উপস্থিত।

‘আমছু’ নেতাক ৰাইজৰ দলত স্থান দিয়া কাৰ্যক গৰিহনা।

অখিল গগৈয়ে দলৰ সংবিধান অৱমাননা কৰিছে।

প্ৰাইভেট লিমিটেড কোম্পানীত পৰিণত হৈছে ৰাইজৰ দল।

Exit mobile version