অসমৰ বিধানসভা উপ–নিৰ্বাচনৰ দিন ঘোষণা

download

★অসমৰ বিধানসভা উপ–নিৰ্বাচনৰ দিন ঘোষণা। এক অক্টোবৰত উপ-নিৰ্বাচনৰ অধিসূচনা জাৰি ।

★৩০অক্টোবৰত অসমৰ পাঁচটা সমষ্টিৰ বাবে উপ–নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে।

★মনোনয়ন দাখিলৰ অন্তিম দিন আঠ অক্টোবৰ।

★গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব এই উপ–নিৰ্বাচন।

★মাজুলীত ঘোষণা কৰা ন’হল উপ–নিৰ্বাচনৰ দিন ।

★সৰ্বানন্দ সোণোৱালে এতিয়াও ত্যাগ কৰা নাই বিধায়ক পদ।

★মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৩ অক্টোবৰ আৰু ফলাফল ঘোষণা হ’ব দুই নৱেম্বৰত।

Exit mobile version