ক’ভিড আপডেট

delhi covid 19 testing 79d3373a 4870 11eb a3fc f9413025bbf2

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ১৮,৭৯৫ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ১.৪২ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,৩৬,৯৭,৫৮১ জন ।

● ইতিমধ্যে ৪,৪৭,৩৭৩ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ১৭৯ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৫৬,৫৭,৩০,০৩১ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● বিগত ২৪ ঘণ্টাত ১৩,২১,৭৮০ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৮৭,০৭,০৮,৬৩৬ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ১,০২,২২,৫২৫ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version