ইউএলবি সদস্যৰ আত্মসমৰ্পন

◆ওদালগুৰিত ১২ জন ইউএলবি সদস্যৰ আত্মসমৰ্পন
◆ওদালগুৰি আৰক্ষীৰ সন্মুখত আত্মসমৰ্পন কৰে কেডাৰসকলে
◆ওদালগুৰিৰ ডিমাকুচিত এই আত্মসমৰ্পন
◆থানাখনৰ অন্তৰ্গত বাদলাপাৰা চাহ বাগিচাত এই আত্মসমৰ্পন
◆আজি আবেলি তিনি বজাত আত্মসমৰ্পন কৰে দলটোৱে
◆দলটোৱে লগত কিবা অস্ত্ৰ আনিছে নে নাই সেয়া জানিব পৰা হোৱা নাই

Exit mobile version