COVID-19 : ক’ভিড আপডেট

1211693320.jpg.0

●  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ১৮,৮৭০ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ১.২৫ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,৩৭,১৬,৪৫১ জন ।

● ইতিমধ্যে ৪,৪৭,৭৫১ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ৩৭৮ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৫৬,৭৪,৫০,১৮৫ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● বিগত ২৪ ঘণ্টাত ১৫,০৪,৭১৩ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৮৭,৬৬,৬৩,৪৯০ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ৫৪,১৩,৩৩২ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version