- শ্বহীদক অপমান কৰাক লৈ ক্ষুব্ধ বিজপি।
- সভাপতি ভৱেশ কলিতাৰ তীব্ৰ সমালোচনা
- কেঁচা তেজৰ বিনিময় ছেৰমান আলিয়ে কি বুজিব ?
- চেৰমান আলিৰ মন্তব্যক ধিক্কাৰ।
- কংগ্ৰেছৰ পৰা এনেকুৱা বিধায়ক নিৰ্বাচন হোৱাটো আচৰিত নহয় বুলিও কটাক্ষ ভৱেশ কলিতাৰ ।
- অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কংগ্ৰেছৰ ভূমিকা এটা প্ৰশ্নবোধক।
- এনেকুৱা ঘটনা অসমৰ ৰাজনীতিত ঘটিব বুলি ভবা নাছিলোঁ।
- কংগ্ৰেছে সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে।
- চেৰমান আলিয়ে উচিতনিমূলক মন্তব্য দিছে।
- এনেকুৱা বিধায়ক নিৰ্বাচিত হৈ বিধান সভালৈ অহাটোৱেই ভুল।
- ভূপেন বৰাৰ মন্তব্যক চালে-বেৰে কোবোৱা মন্তব্য আখ্যা।
- ভূপেন বৰাই গৰুখুঁটিৰ ঘটনাত চাৰ্ট ফালে, কিন্তু পাণ্ডুৰ ঘটনাৰ খবৰেই নাপাই।
- ছেৰমান আলি যদি বিজেপিৰ এজেন্ট তেন্তে কংগ্ৰেছে সকলোকে ৰিজাইন কৰাই দিয়ক।
- অহা বছৰ অখিল গগৈ পৰাজিত হোৱাটো নিশ্চিত।
- উপনিৰ্বাচনত বিপুল ভোট ত জয়ী হ’ব বিজেপি
- এজেপি কংগ্ৰেছৰ বি টিম।
- সকলো লগ হলেই বিজেপি জিকিব।