Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

নামৰূপত বার্ষিক ১২.৭ লাখ মেট্রিক টন ক্ষমতাৰ প্রকল্প স্থাপনৰ সিদ্ধান্তই অসমবাসীৰ দীৰ্ঘদিনীয়া আকাংক্ষা পৰিপূৰ্ণ কৰিব

publisher by publisher
February 1, 2025
in Assam, India, News
Reading Time: 3 mins read
0
Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

Union Minister Sarbananda Sonowal:

দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শণিবাৰে সংসদত উত্থাপন কৰা কেন্দ্ৰীয় বাজেট ২০২৫-২৬ সন্দর্ভত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে কয়, “কেন্দ্রীয় বাজেট ২০২৫-২৬ৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ শক্তিশালী জনকল্যাণকামী দৃষ্টিভংগী প্রতিফলিত হৈছে, যিয়ে আমাৰ দেশক আত্মনিৰ্ভৰশীলতা আৰু বিকাশৰ দিশে ক্ষিপ্ৰতাৰে আগুৱাই নিয়াত সবল ভূমিকা পালন কৰিব। বিকাশ আৰু প্ৰগতিৰ এই ৰ’ডমেপে ১৪০ কোটি ভাৰতীয়ক নতুন সুযোগ আৰু সমৃদ্ধিৰে শক্তিশালী কৰিব।

ADVERTISEMENT

কৃষি; ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ; বিনিয়োগ আৰু ৰপ্তানি- এই চাৰিটা মুখ্য ইঞ্জিনত শক্তিশালী গুৰুত্ব দি কেন্দ্রীয় বাজেট ২০২৫-২৬-এ সমাজৰ সকলো শ্ৰেণীৰ আশা-আকাংক্ষা পূৰণ কৰিব, সামগ্ৰিক আৰু বহনক্ষম বিকাশ সুনিশ্চিত কৰিব। এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিবলগীয়া এখন সর্বাংগসুন্দৰ বাজেট উপস্থাপন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক মোৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ ।

অসমৰ নামৰূপত ইউৰিয়া প্ৰকল্প স্থাপনৰ গুৰুত্বপূৰ্ণ ঘোষণা সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আনন্দ আৰু সন্তুষ্টি ব্যক্ত কৰি কয়, কেন্দ্ৰীয় বাজেট ২০২৫-২৬ত অসমৰ বাবে এক সুখবৰ! ইউৰিয়াৰ যোগান অধিক বৃদ্ধি কৰিবলৈ অসমৰ নামৰূপত ইউৰিয়া প্ৰকল্প স্থাপন কৰাৰ কথা আজি সংসদৰ মজিয়াত ঘোষণা কৰিছে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ৷ নামৰূপত বার্ষিক ১২.৭ লাখ মেট্রিক টন ক্ষমতাৰ প্ৰকল্প স্থাপন কৰা হ’ব।

ইতিমধ্যে পূব অঞ্চলৰ তিনিটা সুপ্ত ইউৰিয়া প্ৰকল্প পুনৰ মুকলি কৰা হৈছে। এয়া অসমবাসীৰ দীর্ঘদিনীয়া দাবী আছিল। এই বহু প্রতীক্ষিত আকাংক্ষা পূৰণৰ বাবে লোৱা পদক্ষেপে কৃষক ৰাইজক বিশেষকৈ উপকৃত কৰাৰ লগতে অর্থনৈতিক বিকাশতো অৰিহণা যোগাব। এই পদক্ষেপৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ আৰু কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জেপি নাড্ডাক অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “কেন্দ্রীয় বাজেট ২০২৫-২৬ৰ অধীনত সক্ষম অংগনবাড়ী আৰু পোষণ ২.০ কাৰ্যসূচীৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলসহ সমগ্ৰ দেশৰ ৮ কোটিতকৈ অধিক শিশু, ১ কোটি গৰ্ভৱতী মহিলা তথা দুগ্ধপান কৰাই থকা মাতৃ আৰু উত্তৰ-পূবৰ প্ৰায় ২০ লাখ কিশোৰীক পুষ্টিজনিত সহায় প্ৰদানৰ বাবে ব্যয়ৰ নিয়মসমূহ সুপৰিকল্পিতভাৱে সংশোধন কৰা হ’ব। তদুপৰি উড়ান আঞ্চলিক সংযোগ আঁচনিৰ অধীনত ১২০টা নতুন গন্তব্যস্থানলৈ বিমানযোগে আঞ্চলিক সংযোগ বৃদ্ধি কৰাৰ লগতে, অহা ১০ বছৰত ৪ কোটি যাত্রী কঢ়িয়াই নিয়াৰ বাবে সংশোধিত উড়ান আঁচনি আৰম্ভ কৰা হ’ব। এই আঁচনিয়ে বিশেষকৈ পাহাৰীয়া, আকাংক্ষিত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জিলাসমূহৰ হেলিপেড আৰু সৰু বিমানবন্দৰ বোৰকো সহায় কৰিব।”

কেন্দ্রীয় বাজেট ২০২৫-২৬ত উল্লিখিত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা সামুদ্রিক খণ্ডৰ ৰূপান্তৰৰ ব্যৱস্থা সন্দৰ্ভত সোণোৱালে কয়, “ভাৰতৰ শ্বিপয়াৰ্ডসমূহৰ অধিক শক্তি বৃদ্ধিৰ লগতে আমি বিশ্বৰ শীর্ষ ১০ খন জাহাজ নিৰ্মাণ ৰাষ্ট্ৰ হোৱাৰ লক্ষ্য ৰাখিছোঁ। ব্যয়ৰ অসুবিধাবোৰ সমাধান কৰাৰ বাবে জাহাজ নির্মাণ বিত্তীয় সহায় নীতি পুনৰুজ্জীৱিত কৰা হ’ব। তদুপৰি, জাহাজ নির্মাণ ক্লাষ্টাৰবোৰক জাহাজৰ ডিজাইন আৰু জাহাজ নির্মাণত সামর্থ, উৎপাদন ক্ষমতা আৰু দক্ষতা বিকাশৰ বাবে সহায় কৰা হ’ব আৰু দীর্ঘম্যাদী স্থিৰতা নিশ্চিত কৰা হ’ব। চাহিদা সৃষ্টি, ক্ষমতা সম্প্ৰসাৰণ আৰু উদ্যোগ সমর্থনৰ বাবে প্ৰায় ১৩,৫১০ কোটি টকাৰ বিনিয়োগ কৰা হ’ব। সামুদ্রিক খণ্ডত বিত্তীয় প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা আৰু থলুৱা মালিকানাধীন জাহাজৰ অংশ বৃদ্ধি কৰাৰ বাবে সামুদ্রিক উন্নয়ন পুঁজি ২৫,০০০ কোটি টকাৰে স্থাপন কৰা হ’ব।

তদুপৰি আভ্যন্তৰীণ জলপথৰ ব্যৱহাৰ বৃদ্ধি, ৰাস্তাত বাহনৰ ভিৰ হ্রাস কৰা আৰু লজিষ্টিক ব্যয় হ্রাস কৰাৰ বাবে টনেজ কৰ আঁচনি আভ্যন্তৰীণ জাহাজৰ বাবেও সম্প্ৰসাৰিত কৰা হৈছে। ইয়াৰ পূৰ্বে আঁচনিখন সাগৰলৈ যোৱা জাহাজৰ বাবে সীমাবদ্ধ আছিল। মোদী চৰকাৰে থলুৱা জাহাজ নির্মাণ আৰু জাহাজ মেৰামতিৰ সুবিধাৰ বিকাশত গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ দিছে। অহা ১০ বছৰৰ বাবে জাহাজ নিৰ্মাণৰ ক্ষেত্রত কেঁচা সামগ্ৰী, উপাদান আৰু ব্যৱহাৰযোগ্য সামগ্ৰীৰ অংশৰ বাবে মৌলিক শুল্ক (বিচিডি)ৰ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Union Budget 2025Union FInance Minister Nirmala SitharamanUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!
International

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

October 3, 2026
বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d