বিজেপিক প্ৰতিহত কৰিবলৈ একজোঁট কংগ্ৰেছ-এজেপি-ৰাইজৰ দল

Screenshot 198

ৰাইজৰ দল আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল ।

থাওৰা, মৰিয়নি, তামুলপুৰ আৰু গোসাঁইগাঁও এই চাৰিখন সমষ্টিৰ পেনেল হাইকামাণ্ডলৈ প্ৰেৰণ ।

মাজুলী আৰু ভৱানীপুৰ সমষ্টিৰ আনুষ্ঠানিক ঘোষণা ।

মাজুলী সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব লুৰীণজ্যোতি নেতৃত্বাধীন অসম জাতীয় পৰিষদ দলে ।

ভৱানীপুৰ সমষ্টি ৰাইজৰ দলক দিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই ।

https://fb.watch/8pAnDVyTFI/

Exit mobile version