KAC : কেএচি অঞ্চলত বসবাস সকলো জাতি জনগোষ্ঠীৰে সমঅধিকাৰ থাকিব : কেএচিৰ ইএম কৰ্মেশ্বৰ ৰায়ৰ

WhatsApp Image 2021 10 03 at 2.53.54 PM

কোচৰাজবংশী জাতি জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত জনগোষ্ঠীটোৰ উত্তোৰনৰ কথা চিন্তা কৰি অসম চৰকাৰে গঠন কৰি দিয়া কামতাপুৰ অটোনমাচ কাউঞ্চিল চমুকৈ কেএচিকলৈ বিভিন্ন ধৰনৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেএচি অঞ্চলত।

ইয়াৰ পাছতে আজি কেএচিৰ ইএম কৰ্মেশ্বৰ ৰায়ে কয় ,’ কেএচি অঞ্চলত বসবাস কৰা সকলোৱে সাংবিধানিক ভাৱে অধিকাৰ বিচাৰিব পাৰে তাত আমাৰ কবলগীয়া একো নাই । আমিও সকলোৰে উন্নয়ণ বিচাৰো । ‘

কেএচি অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰে সমউন্নয়ণ আৰু সমঅধিকাৰ থাকিব । ইয়াক লৈ কোনো শংকাৰ প্ৰয়োজন নাই বুলিও উল্লেখ কৰে নব নিযুক্ত ইএম গৰাকীয়ে ।

Exit mobile version