Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

ছামিমক অনা হয় নুনমাটি থানালৈ 

publisher by publisher
April 28, 2026
in News
Reading Time: 1 min read
0
Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ
1
SHARES
13
VIEWS
ShareShareShareShare

Mathgharia Accident Update:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:মহানগৰীৰ মাজমজিয়াৰ মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে নাম সাঙোৰ খোৱা গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড়ৰ লাহোৱালত আত্মগোপন কৰি থকা অৱস্থাত ডিব্ৰুগড় আৰক্ষীয়ে দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰাৰ পিছত নিশাই ডিব্ৰুগড়ত উপস্থিত হয় নুনমাটি থানাৰ আৰক্ষীৰ দল ৷ আজি পুৱা ছামিম আহমেদক ডিব্ৰুগড়ৰ পৰা নুনমাটি থানালৈ অনা হয় ৷

ADVERTISEMENT

উল্লেখ্য যে শনিবাৰে মাজনিশা ছামিম আহমেদে চলাই অহা ছুইফট ডিজায়াৰ খনে তীব্ৰ বেগত আহি খুন্দিয়াছিল এখন ৰৈ থকা ট্ৰাকত ৷ ফলত ছুইফট খনৰ তিনি গৰাকী যুৱতী আৰোহী ছটফটাই থিতাতে কৰুণ মৃত্যুক সাবটি লোৱাৰ বিপৰীতে সামান্য আঘাতপ্ৰাপ্ত ছামিমে দুৰ্ঘটনা সংঘটিত হোৱাৰ সমীপতে থকা গেইট হাস্পতালত নিজৰ চিকিৎসা কৰি উধাও হয় ৷

RelatedPosts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

WhatsApp Image 2026 04 28 at 12.29.08 PMউল্লেখ্য যে মঠঘৰীয়াৰ দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰা পিছৰে পৰা ছামিমৰ ম’বাইলৰ চুইচ বন্ধ আছিল। অৱশ্যে ২৭ এপ্ৰিললত ম’বাইল চুইছ অন পোৱাৰ পিছতেআৰক্ষীয়ে ডিব্ৰুগড় বিমান বন্দৰৰ ওচৰত ছামিমৰ উপস্থিতি ধৰা পেলাই আৰু লগে লগে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে মঠঘৰীয়াত শনিবাৰে মাজনিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটোত মৃত্যুক সাৱটি লয় সোণাৰিৰ সাপেখাটিৰ আকাংক্ষা শইকীয়া ,বঙাইগাঁৱৰ আৰামিনা আহমেদ আৰু মেঘালয়ৰ উইলিয়াম নগৰৰ পূজা সাহা ৷ আকাংক্ষা আৰু পূজা আছিল মহানগৰীৰ ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী। একেদৰে আৰামিনা আহমেদ আছিল ইঞ্জিনীয়াৰিঙৰ চুড়ান্তবৰ্ষ শিক্ষাৰ্থী ৷ তেওঁ বিবাহ আছিল মে’ৰ মাজভাগত ৷

WhatsApp Image 2026 04 26 at 12.49.36 PMআনহাতে তিনি যুৱতীক কঢ়িয়াই নিয়া অভিশপ্ত ছুইফট ডিজায়াৰ খনৰ চালক ছামিম আহমেদক ডিব্ৰুগড়ৰ লাহোৱালত গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি গুৱাহাটী যান বাহন আৰক্ষী ডিচিপিয়ে উল্লেখ কৰে যে আটকাধীন ছামিম আহমেদক নুনুমাটি আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীৰ পৰা নিজৰ জিন্মাত ইতিমধ্যে লৈছে ৷ জেৰাতহে সকলো কথা পোহৰলৈ আহিব ৷ একেদৰে আৰক্ষীৰ ক্ষীপ্ৰ তদন্ত অব্যাহত আছে বুলি সদৰি কাে ডিচিপি গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: addressing dcpDriver ArrestedGuwahatiMathgharia Accident UpdatePressmeet
publisher

publisher

Related Posts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী
News

May 5, 2026
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d