দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত বিধায়ক শ্বেৰমান আলী ।
আজি ৰাতিপুৱাৰ পৰা জেৰা চলাইছিল আৰক্ষীয়ে ।
পানবজাৰ আৰক্ষী চকীলৈ প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
পানবজাৰ আৰক্ষী থানাত ৫১০/২১ গোচৰ ৰুজু ।
গুৱাহাটীৰ কে’বাটাও থানাত ৰুজু কৰা হৈছে গোচৰ ।
শ্বেৰমানৰ স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ ন্যায়ালয়ৰ ।