Sherman Ali : আৰক্ষীৰ জিম্মাত বিধায়ক শ্বেৰমান আলী

WhatsApp Image 2021 10 03 at 4.31.19 PM

দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত বিধায়ক শ্বেৰমান আলী ।

আজি ৰাতিপুৱাৰ পৰা জেৰা চলাইছিল আৰক্ষীয়ে ।

পানবজাৰ আৰক্ষী চকীলৈ প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

পানবজাৰ আৰক্ষী থানাত ৫১০/২১ গোচৰ ৰুজু ।

গুৱাহাটীৰ কে’বাটাও থানাত ৰুজু কৰা হৈছে গোচৰ ।

শ্বেৰমানৰ স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ ন্যায়ালয়ৰ ।

Exit mobile version