Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

 কৰ্ণাটকৰ মন্দিৰত মহিলা ভক্তৰ পোছাক বিধি বলৱৎ চৰকাৰৰ

publisher by publisher
October 9, 2021
in India, News
Reading Time: 1 min read
0
 কৰ্ণাটকৰ মন্দিৰত মহিলা ভক্তৰ পোছাক বিধি বলৱৎ চৰকাৰৰ
3
SHARES
27
VIEWS
ShareShareShareShare

কর্ণাটকৰ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত এতিয়াৰে পৰা পৰিধান কৰা পােছাকৰ প্রতি সতর্ক হ’ব লাগিব ভক্ত। বিশেষকৈ মহিলা ভক্তসকলে নির্দিষ্ট পােছাক বিধি মানি নচলিলে কর্ণাটকৰ মন্দিৰত প্ৰৱেশ কৰিব নােৱাৰিব।

ADVERTISEMENT

আগন্তুক কেইদিনমানৰ ভিতৰতে কর্ণাটক চৰকাৰে ৰাজ্যখনৰ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত নির্দিষ্ট পােছাক বিধি বলৱৎ কৰিব। বিজেপিশাসিত ৰাজ্যখনৰ মন্দিৰক নিৰীক্ষণত ৰখা চৰকাৰী ধর্মীয় পৰিষদে ঘােষণা কৰা অনুসৰি, এতিয়াৰে পৰা কর্ণাটকত মন্দিৰত প্ৰৱেশ কৰিবলৈ হ’লে মহিলা আৰু পুৰুষ নির্বিশেষে যথাযথভাৱে হিন্দু পােছাক পৰিধান কৰিব লাগিব।

RelatedPosts

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

ভাইৰেল ভিডিঅ’ই কঁপালে কৰ্ণাটক!নিলম্বিত শীৰ্ষ আৰক্ষী বিষয়া ৰামচন্দ্ৰ ৰাও 

বাছ-ট্ৰাকৰ সংঘৰ্ষত অগ্নিকাণ্ড ! কৰ্ণাটকত অগ্নিদগ্ধ হৈ মৃত্যু কমেও ১০ জন যাত্ৰী

মহিলা ভক্তৰ ক্ষেত্ৰত প্ৰতিগৰাকী ভক্তই নিজৰ শৰীৰ যথাযথভাৱে ঢাকি ৰাখি মার্জিত পােছাক পিন্ধিব লাগিব। ইয়াৰ অন্যথা মহিলাসকলে মন্দিৰত প্ৰৱেশৰ অনুমতি লাভ নকৰিব।

কর্ণাটকৰ মন্দিৰত মহিলাৰ পােছাক কেনে হ’ব লাগিব তাৰ এক ব্যাখ্যাও এজন পুৰােহিতে আগবঢ়াই কয় যে মহিলাৰ ক্ষেত্ৰত হিন্দু পােছাক হিচাপে শাড়ী হ’ব সবাতােকৈ উপযুক্ত।

কেমেৰাৰ সন্মুখত উক্ত পুৰােহিতে মহিলাসকলে মন্দিৰ দৰ্শনৰ সময়ত কেনেকৈ শাড়ী পৰিধান কৰিব লাগিব তাৰ দিহা আগবঢ়াই কয়, শাড়ী এনেদৰে পিন্ধিব লাগিব যাতে মহিলাৰ বুকু যথাযথভাৱে ঢাক খায়।

অৱশ্যে পুৰুষ ভক্তই মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত কেনে পােছাক পিন্ধিব লাগিব সেই সন্দৰ্ভত কোনাে পৰামর্শ আগবঢ়োৱা নাই পুৰােহিতে।এই সন্দৰ্ভত প্রশ্ন কৰাত পুৰােহিতজনে এটা টেলিভিছন চেনেলক এইদৰে কয়, ‘পুৰুষ ভক্তসকলৰ পােছাক কেনে হােৱা উচিত সেই বিষয়ত এতিয়াও সিদ্ধান্ত লােৱা হােৱা নাই। বিষয়টো সম্প্রতি আলােচনাধীন।’

কর্ণাটকৰ উক্ত পুৰােহিতৰ নাম হৰিনাৰায়ণ আশৰানা। তেওঁ দক্ষিণ কন্নড় মন্দিৰৰ প্রশাসনিক সদস্য। মহিলাসকলে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত কেনেদৰে শাড়ী পিন্ধিব লাগিব, সেই পৰামৰ্শ আগবঢ়োৱাৰ লগতে হৰিনাৰায়ণে ঘােষণা কৰি কৈছে যে ভক্তসকলে মন্দিৰ চৌহদত জিনছ পৰিধান কৰি প্ৰৱেশ কৰিব নােৱাৰিব।

বজৰং দলেও মন্দিৰৰ দেৱালত পােছাক বিধিৰ সন্দৰ্ভত ইতিমধ্যে প’ষ্টাৰ আৰিছে। পােছাক নির্দেশনা পালনত যাতে কোনাে বিচ্যুতি নহয়, তাক নিশ্চিত কৰিবলৈকে বজৰং দলে এইদৰে কর্ণাটকৰ মঠ-মন্দিৰত প’ষ্টাৰ আঁৰি পােছাক চলাইছে।

কর্ণাটকৰ দক্ষিণ কন্নড় জিলাৰ ২১১ টা মন্দিৰক চৰকাৰী কর্ণাটক ৰাজ্যিক ধার্মিক পৰিষদে চোৱা-চিতা কৰি আহিছে। প্রকাশিত বাতৰি অনুসৰি, ৰাজ্যখনৰ মন্দিৰত পােছাক বিধি জাৰি কৰাৰ নেপথ্যতাে এই পৰিষদ আছে।

পৰিষদৰ মন্তব্য অনুসৰি,মন্দিৰৰ সাংস্কৃতিক ঐতিহ্য অটুট ৰাখিবলৈকে এই সিদ্ধান্ত লােৱা হৈছে। বিষয়টো বাধ্যতামূলক কৰিবলৈ সেয়েহে দক্ষিণ কন্নড়ৰ প্রতিটো মন্দিৰত প’ষ্টাৰ-বেনাৰ অঁৰা হৈছে।

অৱশ্যে বিভিন্ন সামাজিক মাধ্যমত এইদৰে মন্দিৰত পােছাক বিধি প্ৰৱৰ্তনক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে। একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এইদৰে মহিলাৰ ওপৰত পােছাক বিধি বলৱৎ কৰাৰ তীব্ৰ বিৰােধিতা কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: dress codeKarnatakaTemple entry
publisher

publisher

Related Posts

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d