Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জলবায়ু পৰিবৰ্তনত সৰ্বাধিক ক্ষতি অসমৰ

publisher by publisher
October 9, 2021
in Assam, News
Reading Time: 1 min read
0
জলবায়ু পৰিবৰ্তনত সৰ্বাধিক ক্ষতি অসমৰ
4
SHARES
44
VIEWS
ShareShareShareShare

ভাৰতত দ্রুতহাৰত হােৱা জলবায়ু পৰিৱৰ্তনৰ পৰিণতিত অর্থনৈতিকভাৱে বৃহৎ ক্ষতিৰ সন্মুখীন হােৱাৰ দিশে আগবাঢ়িছে। অসমসহ দেশৰ কেবাখনাে ৰাজ্য। জলবায়ু পৰিৱর্তনৰ সর্বাধিক প্ৰভাৱ পৰিছে অসমৰ লগতে পশ্চিমবংগ আৰু বিহাৰত। এই তিনি ৰাজ্যৰ বাসিন্দাসকল আগন্তুক সময়ত জলবায়ু পৰিৱৰ্তনৰ ফলত আর্থিক দিশত দেশৰ ভিতৰতে সবাতােকৈ অধিক ক্ষতিগ্রস্ত হােৱাৰ শংকা আছে।

মূলতঃ গােলকীয় উষ্ণতা বৃদ্ধিৰ পৰিণতিত এই তিনি ৰাজ্যৰ নাগৰিকৰ উপার্জন আৰু জীৱন যাপন হ’ব পাৰে সবাতােকৈ অধিক অনিশ্চিত। পৃথিৱীৰ গড় তাপমাত্রা পুনৰ মাত্র এক ডিগ্রী চেলছিয়াছ বৃদ্ধি পালেই এই ভয়াৱহ সংকটে ভাৰতৰ কেবাখনাে ৰাজ্যক।গ্রাস কৰাটো নিশ্চিত। কিয়নাে গড় তাপমাত্রা বর্তমানৰ তুলনাত এক ডিগ্রী চেলছিয়াছ বৃদ্ধি পালে প্রতি বছৰে দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) তিনি শতাংশ হাৰত হ্রাস পােৱাৰ শংকা আছে।

অচিৰে এই সম্ভাৱ্য বিত্তীয় ক্ষতি প্ৰতিৰােধৰ উপায় তৱলম্বন নকৰিলে জলবায়ু পৰিৱর্তনে। ভাৰতৰ একাধিক ৰাজ্যক অর্থনৈতিক দিশত ভয়াৱহভাৱে ক্ষতিগ্রস্ত কৰিব পাৰে। এই সকীয়নি দিলে ভাৰতীয় ৰিজার্ভ বেংক আৰু ছেবিৰ দ্বাৰা স্বীকৃত দেশৰ আর্থিক বৃদ্ধিৰ মূল্যায়নকাৰী শীর্ষ সংস্থা ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছাৰ্চ’-এ। সংস্থাটোৰ মতে, দ্রুতহাৰত জলবায়ু পৰিৱৰ্তনৰ ফলত ইতিমধ্যে মাচুল আদায় দিব লগা গৈছে অসম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িছা, চত্তিছগড়সহ দেশৰ আন কেবাখনাে ৰাজ্যৰ অর্থনীতিয়ে।

কিয়নাে কৃষি নির্ভৰ এই দেশত জলবায়ু পৰিৱৰ্তনৰ ফলত সকলাে ধৰণৰ শস্যৰ উৎপাদন উদ্বেগজনক হাৰত হ্রাস পাবলৈ ধৰিছে। অধ্যয়নকাৰী সংস্থাটোৰ মতে, জলবায়ুৰ পৰিৱৰ্তন বর্তমানৰ হাৰত অব্যাহত থাকিলে ভৱিষ্যতে কৃষিজাত উৎপাদন অধিক হ্রাস পাব আৰু ইয়াৰ ফলত কৃষি আধাৰিত দেশৰ অর্থনীতি অধিক বিপন্ন হােৱাৰ শংকা আছে।

গভীৰ সংকটত ৰাজ্যৰ অর্থনীতি ও নাগৰিকৰ আর্থিক নিৰাপত্তাও হৈছে বিপন্ন

ADVERTISEMENT

চৰম জলসংকট, জলবায়ুৰ দ্রুত পৰিৱৰ্তনৰ পৰিণতিত অসম, পশ্চিমবংগ, বিহাৰ, ওড়িছা, ঝাৰখণ্ডসহ কৃষি নির্ভৰ এই দেশৰ অর্থনীতি যথেষ্ট ক্ষতিগ্রস্ত হৈছে। ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিচাৰ্ছৰ অধ্যয়ন অনুসৰি, দেশৰ আর্থিক বৃদ্ধিৰ গতি সম্প্রতি মূলতঃ জলবায়ুৰ দ্রুত পৰিৱর্তনৰ ফলত যথেষ্ট বাধাগ্রস্ত হৈছে। বর্তমানৰ তুলনাত এক ডিগ্রী চেলছিয়াছ উষ্ণতা বৃদ্ধি পালে ইয়াৰ প্ৰভাৱত দেশৰ মুঠ ঘৰুৱা উৎপাদন যথেষ্ট প্রভাৱিত হ’ব।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

IMD Report:ৰাজ্যত চাৰে তিনি মাহতকৈ অধিক দিন বৰষুণ নাই

অন্তত তাপমাত্র বৃদ্ধিৰ ফলত জি ডি পি বছৰি কমেও তিনি শতাংশ হ্রাস পােৱাৰ শংকা আছে। জলবায়ু পৰিৱৰ্তনৰ ফলত দেশৰ জি ডি পি যে যথেষ্ট সংকটৰ সন্মুখীন হৈছে, সেই ছবিখন পূর্বে আন এক সমীক্ষাতাে প্রকাশ পাইছিল। এই সমীক্ষাতাে চলাইছিল বিশ্বৰ বতৰ তাৰু জলবায়ুক নিৰীক্ষণত ৰখা আন্তর্জাতিক স্বেচ্ছাসেৱী বিজ্ঞান সংগঠন ‘এডভান্সিং আই এণ্ড স্পেচ ছায়েন্স’-এ।

সর্বাধিক ক্ষতিগ্রস্ত হ’ব অসম-পশ্চিমবংগ-বিহাৰ

সমীক্ষাকাৰী দুই প্রতিষ্ঠানে নিজৰ অধ্যয়নত দাবী কৰা অনুসৰি, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম-বেছি পৰিমাণে দেশৰ আটাইকেইখন ৰাজ্যই সহ্য কৰিব লাগিব। জলবায়ু পৰিৱৰ্তনৰ এই প্ৰভাৱ কেনেকৈ সীমিত কৰিব পাৰি সেয়া নিৰ্ভৰ কৰিব সংশ্লিষ্ট ৰাজ্যই আর্থিক দিশত গ্ৰহণ কৰা পদক্ষেপত। প্রশাসনিক নীতি, সঠিক সিদ্ধান্ত আৰু ইয়াৰ উচিত ৰূপায়ণে আগন্তুক দিনত জলবায়ু পৰিৱৰ্তনৰ আর্থিক দিশত প্ৰভাৱক নিয়ন্ত্রণ কৰিব বুলিও সংস্থা দুটাই প্রতিবেদনত উল্লেখ কৰিছে।

ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছাৰ্চ’ৰ সমীক্ষাত উল্লেখ কৰা অনুসৰি অর্থনীতি মূলতঃ কৃষি নির্ভৰ হােৱাত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ক্ষতি সর্বাধিক বহন কৰিব লাগিব দেশৰ ছখন ৰাজ্যই। এই ৰাজ্যসমূহৰ শীৰ্ষত আছে অসম, বিহাৰ আৰু পশ্চিমবংগ। তদুপৰি ওড়িছা, ঝাৰখণ্ড আৰু চত্তিছগড়া আর্থিক ক্ষতিৰ সন্মুখীন হ’ব।

দুয়ােটা সমীক্ষাত উল্লেখ কৰা অনুসৰি, ৰাজ্যৰ অর্থনীতিৰ ক্ষয়ক্ষতিৰ নিৰিখত দেশৰ মূলতঃ কৃষি নির্ভৰ ৰাজ্যসমূহৰ ভিতৰত পৰিৱেশৰ তাপমাত্রা বৃদ্ধি আৰু অতি দ্রুতহাৰত জলবায়ু পৰিৱৰ্তনৰ সর্বাধিক প্ৰভাৱ সহিব লাগিব ঝাৰখণ্ডে, কিন্তু ব্যক্তিগত পর্যায়ত ৰাজ্যবাসীৰ আর্থিক নিৰাপত্তা সবাতােকৈ অধিক সংকটাপন্ন হ’ব পশ্চিমবংগ আৰু বিহাৰত।

ইয়াৰ তুলনাত অর্থনীতি কম বিপন্ন হ’ব ঝাৰখণ্ড, ওড়িছা আৰু চৰ্তিছগড়ত। আনহাতে, এই তালিকাত ৰাজ্যবাসীৰ ব্যক্তিগত আর্থিক নিৰাপত্তা সবাতােকৈ কম ক্ষুন্ন হ’ব অসমত। জলবায়ু পৰিৱর্তনৰ ফলত ৰাজ্যবাসীৰ ব্যক্তিগত আর্থিক নিৰাপত্তা সংকটাপন্ন হলেও অন্ধ্র প্রদেশ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ মজলীয়া ধৰণৰ হ’ব।

তদুপৰি হিমাচল প্রদেশ, কেৰালা আৰু পঞ্জাৱতাে ব্যক্তিগত আর্থিক নিৰাপত্তা মধ্যম হাৰত প্ৰভাৱিত হ’ব বুলি সমীক্ষক প্রতিষ্ঠান দুটাই উল্লেখ কৰিছে। জলবায়ু পৰিৱৰ্তনৰ ফলত সবাতােকৈ কম ক্ষতিগ্রস্ত হ’ব মহাৰাষ্ট্ৰ আৰু তেলেংগানাৰ কৃষি অর্থনীতি।

সমস্যা সমাধানত অসম-মহাৰাষ্ট্রৰ তৎপৰতা, কিন্তু এতিয়াও তৎপৰ হােৱা নাই আন ৰাজ্য

ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছাৰ্চ’ আৰু এডভান্সিং আর্থ এণ্ড স্পেচ ছায়েন্স’— এই দুই সংস্থাই চলােৱা সমীক্ষাত উল্লেখ কৰা অনুসৰি, জলবায়ুৰ দ্রুত পৰিৱৰ্তনৰ ফলত সৃষ্ট সমস্যাৰ পৰা সকাহ লাভ কৰিবলৈ বিগত এক-দুই দশকৰ পৰা দেশৰ ৰাজ্যসমূহে বাজেটত জলবায়ু পৰিৱৰ্তন প্রতিৰােধৰ লক্ষ্যৰে একাংশ আঁচনি গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত দেশৰ ভিতৰতে অগ্রণী ভূমিকা গ্রহণ কৰিছে অসম আৰু মহাৰাষ্ট্ৰই।

বিগত এক-দুই দশকত এই দুই ৰাজ্যই কৃষি খণ্ডক সকাহ দিবলৈ জলবায়ু পৰিৱৰ্তন ৰােধৰ শিতানত পুঁজি মঞ্জুৰ কৰি আহিছে। এই দুখন ৰাজ্যই বিগত দুই দশক ধৰি একেৰাহে জলবায়ু পৰিৱৰ্তন ৰােধৰ শিতানত পুঁজিৰ পৰিমাণ বৃদ্ধি কৰি আহিছে; কিন্তু জলবায়ু পৰিৱৰ্তনৰ ফলত কৃষিখণ্ডত দেখা দিয়া সমস্যা লাঘৱ কৰিবলৈ প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰা নাই পশ্চিমবংগ, বিহাৰ, গুজৰাট, কর্ণাটক, মধ্য প্রদেশ আৰু ৰাজস্থানে।

এই ৰাজ্যসমূহত কোনাে বছৰত জলবায়ু পৰিৱৰ্তন প্ৰতিৰােধৰ লক্ষ্যৰে বিভিন্ন আঁচনিত পুঁজিৰ যােগান ধৰিলেও পৰৱর্তী বৰ্ষত পুঁজি কৰ্তনৰ পদক্ষেপ গ্রহণ কৰিছে। এয়া অতিকে উদ্বেগজনক বুলি অভিহিত কৰিলে সমীক্ষাকাৰী দুই প্রতিষ্ঠানে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamClimate Change
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d