কোচ ৰাজবংশী জনগোষ্ঠীয়ে দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা কোচ ৰাজবংশীসকলক জনজাতিকৰণ আৰু পৃথক কামতাপুৰ ৰাজ্য গঠনৰ সংগ্ৰামত শ্বহীদসকলৰ স্মৃতিত শক্তি আশ্ৰমত শ্বহীদ বেদী নিৰ্মাণাৰ্থে বিভিন্ন মাংগলিক অনুষ্ঠানেৰে আধাৰশিলা স্থাপন কৰে ।
ADVERTISEMENT
উক্ত অনুষ্ঠানত উপস্থিত থাকে আক্ৰাছুৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি তথা বৰ্তমান কেএছিৰ ইএম কৰ্মেশ্বৰ ৰায়ৰ লগতে আক্ৰাছুৰ উপদেষ্টা বিষ্ণুজ্যোতি ৰায়, ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সাহাৰ লগতে শক্তি আশ্ৰম আঞ্চলিক আক্ৰাছুৰ মিন্টু বৰ্মন আদিয়ে ।