কাতি বিহুৰ উপলক্ষে গণেশগুৰি উৰণীয়া সেতুৰ তলত তুলসী পুলি বিতৰণ কার্যসূচী

বিজেপি মহিলা মৰ্চাৰ কাতি বিহুৰ উপলক্ষে গণেশগুৰি উৰণীয়া সেতুৰ তলত তুলসী পুলি বিতৰণ কার্যসূচী ।ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত এই কার্যসূচী উক্ত কার্যসূচীত উপস্থিত থাকে অভিনেত্ৰী আশা বৰদলৈৰ লগতে মহিলা মৰ্চাৰ একাংশ কৰ্মকৰ্তাৰ লগতে গুৱাহাটী মহানগৰৰ প্ৰাক্তন মেয়ৰ তথা বিজেপি জিলা সমিতিৰ সভাপতি মৃগেন শৰণীয়া।

অসমৰ প্ৰায়কেইখন জিলাত আজি মহিলা মৰ্চাৰ তৰফৰ পৰা বিতৰণ কৰা হৈছে তুলসী পুলি মহানগৰটো ৪০০তুলসী পুলি বিতৰণ কৰে মহিলা মৰ্চাই

Exit mobile version