শক্তিআশ্ৰমত আক্রাছুৰ শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন

63656fb2 9e63 4f83 8e1c e6bf2f0ed046

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তিআশ্ৰমত আক্রাছুৰ শক্তিআশ্ৰম আঞ্চলিক সমিতিৰ উদ্দোগত কোচৰাজবংশী জাতীয় শ্বহীদ সকলৰ স্মৃতি ৰক্ষাৰ্থে নিৰ্মাণ হবলগীয়া শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন কৰা হয়। উক্ত শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন কৰে কমতাপুৰ অটোনমাছ কাউঞ্চিল চমুকৈ কেএচিৰ ই এম কৰ্মেশ্বৰ ৰায়ে।

ADVERTISEMENT

অনুষ্ঠানত উপস্থিত থাকে চিলাৰায় সেনাৰ উপাধ্যক্ষ দ্বীপজ্যোতি ৰায় চৌধুৰী, আক্রাছুৰ উপদেষ্টা বিষ্ণুজ্যোতি ৰায়, ৰাজীৱ ৰায়, ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সাহা, আক্রাছুৰ শক্তিআশ্ৰম আঞ্চলিকৰ নেতৃবৃন্দ লগতে মহিলা সমিতিৰ নেতৃবৰ্গ আৰু সেই অঞ্চলৰ বিশিষ্ট ব্যাক্তিসকল।

Exit mobile version