Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Punjab : অমৰিন্দৰৰ পাকিস্তানি বান্ধৱীৰ আইএছআই-ত যোগদান ! তদন্তৰ ঘোষণা পঞ্জাৱৰ গৃহমন্ত্রীক

publisher by publisher
October 22, 2021
in India, News, Politics
Reading Time: 1 min read
0
Punjab : অমৰিন্দৰৰ পাকিস্তানি বান্ধৱীৰ আইএছআই-ত যোগদান ! তদন্তৰ ঘোষণা পঞ্জাৱৰ গৃহমন্ত্রীক
2
SHARES
17
VIEWS
ShareShareShareShare

নৱজোৎ সিং সিধুৰ বিৰুদ্ধে ‘পাক যোগ’ লৈ একাধিকবাৰ অভিযোগ তুলিছে অমৰিন্দৰ সিঙে । এইবাৰ অমৰিন্দৰ সিঙৰ বিৰুদ্ধেই পাক গুপ্তচৰ সংস্থা আইএছআই-ৰ স’তে জড়িত হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্রেছে ।

ADVERTISEMENT

পঞ্জাৱৰ গৃহমন্ত্রী সুখজেন্দৰ সিং ৰণধাৱাই শুকুৰবাৰে জনাইছে, অমৰিন্দৰৰ ঘনিষ্ঠ পাকিস্তানি সাংবাদিক আৰুশা আলমৰ স’তে আইএছআই-ৰ যোগাযোগ লৈ অভিযোগ উত্থাপন হৈছে । বিষয়টোক লৈ চৰকাৰী পর্যায়ত তদন্ত কৰা হ’ব । ৰণধাৱাই কয়, ‘‘অমৰিন্দৰ সিঙে নিজেই কৈছে, পঞ্জাৱৰ নিৰাপত্তাৰ পক্ষে আইএছআই বিপদ । সেয়ে আমি আৰুশাৰ স’তে আইএছআই-ৰ যোগাযোগ আছে নে নাই, সেই বিষয়েও তদন্ত কৰিম ।’’

RelatedPosts

Amarinder Singh : বিজেপিত যোগ দিৰ অমৰিন্দৰ সিঙে ?

Amarinder Singh : পঞ্জাৱত নতুন দল গঠন কৰিব অমৰিন্দৰে, বিজেপিৰে কৰিব মিত্ৰতা

Amarinder Singh : কংগ্ৰেছ ত্যাগ কৰিছো, কিন্তু বিজেপিটো যোগ নিদো : অমৰিন্দৰ সিং

বিগত চাৰে চাৰি বছৰ পঞ্জাৱৰ মুখ্যমন্ত্রী থকাকালীন অমৰিন্দৰে একাধিকবাৰ সীমান্ত পাৰ হৈ পাক গুপ্তচৰ সংস্থাৰ ড্র’ন সোমাইছে বুলি অভিযোগ উত্থাপন কৰিছিল বুলিও কয় পাক গৃহমন্ত্রীয়ে । উল্লেখ্য যে, চলতি সপ্তাহতেই অমৰিন্দৰে জনাইছে, কংগ্রেছ ত্যাগ কৰি নতুন দল গঠন কৰি ২০২২-ৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনত বিজেপিৰ স’তে তেওঁ জোঁট বান্ধিব বিচাাৰে । অমৰিন্দৰৰ এই প্রস্তাৱক স্বাগত জনাইছে বিজেপিয়ে ।

পাকিস্তানত প্রতিৰক্ষা সাংবাদিক হিচাপে আৰুশা পৰিচিত । তেঁওৰ মাতৃ প্রয়াত অখলিম আখতাৰ সত্তৰৰ দশকত পাক ৰাজনীতিত প্রভাৱশালী হিচাপে পৰিচিত হৈ উঠিছিল । তৎকালীন সেনাশাসক জেনেৰেল ইয়াহিয়া খানৰ স’তে ঘনিষ্ঠতাৰ সুবাদত অখলিমক ‘জেনেৰেল ৰাণী’ নামে মতা হৈছিল ।

সংবাদমাধ্যমত প্রকাশিত খবৰ, ২০০৪ত পাকিস্তান ভ্ৰমণৰ সময়ত অমৰিন্দৰৰ স’তে আৰুশাৰ পৰিচয় হৈছিল । ইয়াৰ পাছত নানা কাৰ্যসূচীত দুয়োজনক একলগে দেখা যায় । পঞ্জাৱৰ মুখ্যমন্ত্রী হিচাপে অমৰিন্দৰৰ শপত গ্রহণ অনুষ্ঠানত ভিভিআইপি অতিথিৰ আসনত আছিল আৰুশা । ৯০ৰ দশকত পাক নৌবাহিনীৰ আগষ্ট-৯০বি ছাবমেৰিন জাহাজ কিনাৰ দুর্নীতিৰ অভিযোগতো আৰুশাৰ নাম সাঙুৰ খাই পৰিছিল । সেই দুর্নীতি গোচৰত গ্রেপ্তাৰ কৰা হৈছিল পাক নৌবাহিনীৰ প্রধান এডমিৰেল মনসুৰুল হকক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amarinder SinghAroosa Alam
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d