Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

 জ্যেষ্ঠ নাগৰিকৰ বেদনা আৰু সমাজৰ দায়িত্ব

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
November 1, 2021
in Opinion
Reading Time: 1 min read
0
 জ্যেষ্ঠ নাগৰিকৰ বেদনা আৰু সমাজৰ দায়িত্ব
19
SHARES
189
VIEWS
ShareShareShareShare

ভাৰতৰ দৰে এখন অনগ্ৰসৰ দেশৰ জ্যেষ্ঠ নাগৰিকসকল কেতবোৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হোৱাটো অস্বাভাৱিক নহয়; কিন্তু জীৱনৰ বিয়লি বেলাত গৰিষ্ঠসংখ্যক জ্যেষ্ঠ নাগৰিক অভাৱনীয় দুৰ্দশাৰ সন্মুখীন হ’বলগীয়া হোৱাটো অত্যন্ত বেদনাদায়ক। জ্যেষ্ঠ নাগৰিকসকলৰ সমস্যা লাঘৱ কৰিবলৈ চৰকাৰী তথা বেচৰকাৰী পৰ্যায়ত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও জনসংখ্যাৰ হাৰৰ তুলনাত সেয়া তেনেই তাকৰ। চৰকাৰ তথা নাগৰিক সমাজে উমৈহতীয়াভাৱে বৃহৎ পৰিসৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহে জ্যেষ্ঠ নাগৰিকসকলৰ সমস্যাসমূহ কিছু পৰিমাণে হ’লেও লাঘৱ কৰাটো সম্ভৱ হ’ব।

ADVERTISEMENT

এই কথা ঠিক যে প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকৰে সমস্যাসমূহ একে ধৰণৰ নহয়। অলপতে এগৰাকী বিশিষ্ট ব্যক্তিৰ বিয়োগ ঘটিল। বিদেশত থক একমাত্র অভিযন্তা পুত্র তিনিদিন পাছত আহি উপস্থিত হ’ল। এনেকুৱা নহয় যে পিতৃৰ প্ৰতি পুত্ৰৰ মৰম, শ্রদ্ধা অথবা দায়িত্বৰ অভাৱ; কিন্তু জীবিকাৰ তাড়নাত তেওঁ জীৱনৰ শেষ কালছোৱাত পিতৃক সংগ দিয়াটো সম্ভৱ নহ’ল।

RelatedPosts

Opinion : লাভ জেহাদ, শ্ৰদ্ধাৰ হত্যা আৰু…

Opinion : দেশ ধ্বংস কৰিলে কোনে ?

শিৰোনামত আকৌ ‘কা’

আধুনিক মনস্ক বিশিষ্ট ব্যক্তিগৰাকীয়েও সেই কথা ঠিকেই বুজি পাইছিল, কিন্তু মনৰ নিভৃত কোণত এক আশা পুহি ৰাখিছিল— একমাত্র পুত্র দেশলৈ উভতি আহক, তেওঁৰ সাঁতে থাকিয়ে জীৱন-জীৱিকা উপভোগ কৰক। এই দেশতো উচ্চ শিক্ষিত পুত্ৰৰ জীৱন-জীৱিকা আহৰণৰ কোনো অসুবিধা নহ’ব বুলিয়ে তেওঁ ধাৰণা কৰিছিল।

কেইবছৰমান আগলৈকে ই অসমৰ দৰে ৰাজ্যত বিশেষ অসুবিধাৰ কাৰণ হোৱা নাছিল; কিয়নো যৌথ আৰু বৃহৎ পৰিয়াল হোৱা হেতুকে নাগৰিকসকলক চোৱা-চিতা কৰাটোৱে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰা নাছিল।

কিন্তু সম্প্রতি গাইগুটীয়া আৰু ক্ষুদ্র পৰিয়াল হোৱাৰ ফলত তেনে ধৰণৰ বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। অধিকাংশ পৰিয়ালতে মাত্র এটি বা দুটি সন্তান হোৱাৰ ফলত আৰু জীৱিকাৰ সূত্ৰে সেই সন্তান দেশ বা ৰাজ্যৰ বাহিৰত থাকিব লগা হোৱাত জেষ্ঠ পিতৃ-মাতৃসকল অকলশৰীয়া হ’বলগীয়া হৈছে। উচ্চ শিক্ষা গ্ৰহণ কৰি অধিক আকর্ষণীয় জীৱন-জীৱিকা আদৰি ল’বলৈ যোৱাৰ ই এটা নেতিবাচক দিশ হৈ পৰিছে।

কিয়নো আমাৰ দেশত এতিয়াও জ্যেষ্ঠ নাগৰিকক সম্মানজনক এক জীৱনৰ সুযোগ দিয়াৰ আন্তঃগাঁথনি গঢ়ি উঠা নাই। আকৌ, তেনেই কমসংখ্যক হ’লেও এনে বহু পৰিয়াল আছে, যিবোৰৰ সদস্যসকলে একেলগে বাস কৰিছে। সাধাৰণতে পাৰিবাৰিক ব্যৱসায় জড়িতসকলৰ বাবে বহু সময়ত এনে সুবিধা পৰিলক্ষিত হয়।

কোনো পিতৃয়ে যদি বিচাৰে যে তেওঁৰ সন্তানে তেওঁৰ স’তে একেলগে আহাৰ গ্রহণ কৰক, তেন্তে তেওঁৰ সম্ভানসকল তেনে জীৱিকা অথবা ব্যৱসায়ত জড়িত হ’ব লাগিব, যিয়ে সেই সুযোগ প্রদান কৰে। অৱশ্যে সেয়া সন্তানসকলৰ বাবেও গ্রহণযোগ জীৱিকা হ’ব লাগিব।

ইয়াৰ বিপৰীতে আন একাংশ জ্যেষ্ঠ নাগৰিক, দেশত এইসকলৰ সংখ্যাই সর্বাধিক নিজ সন্তান অথবা আন পৰিয়ালৰ সদস্যৰ দ্বাৰাই অৱহেলিত আৰু অপমানিত হৈ এক দুর্দশাগ্রস্ত জীৱন কটাবলৈ বাধ্য হৈছে।

তাৰ উপৰিও পৰিৱৰ্তিত জীৱনশৈলীৰ স’তে বহু জ্যেষ্ঠ নাগৰিকে তাল মিলাব নোৱাৰা হেতুকেও এক সমস্যাৰ সৃষ্টি হৈছে। যোৱা আগষ্টত প্রকাশিত কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা সংস্থাৰ প্রতিবেদন অনুসৰি সম্প্ৰতি ভাৰতত প্ৰায় ১৪ কোটি ৬০ বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আছে।

এক দশক পাছত অর্থাৎ ২০৩১ত এই জনসংখ্যাই প্রায় ২০ কোটিৰ ঘৰচুব বুলি অনুমান কৰা হৈছে। মাত্র এক দশকত এই বৃদ্ধি ৪১ শতাংশ হ’ব বুলি পৰিসংখ্যা প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে চলিত বৰ্ষত দেশত জোষ্ঠ নাগৰিকৰ জনসংখ্যাৰ ৬.৭ কোটি পুৰুষৰ বিপৰীতে ৭.১ কোটি মহিলা।

২০৩১ত এই সংখ্যা ক্রমে ৯.৩ কোটি ভাৰু ১০.১ কোটি হ’বগৈ বুলি কোৱা হৈছে। ২০১১ৰ পৰা চলিত বর্ষীলৈ প্রায় ৩.৪ কোটি জোষ্ঠ নাগৰিকৰ জনসংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে আগন্তুক দশকত ই প্রায় ৫.৬ কোটি বৃদ্ধি হ’ব। ২০১১৩ দেশৰ মুঠ জনসংখ্যাৰ ৮.৬ শতাংশ জোষ্ঠ নাগৰিক হোৱাৰ বিপৰীতে চলিত বৰ্ষত ই ১০.১ শতাংশলৈ বৃদ্ধি হয়।

অহা দশকটোত অর্থাৎ ২০৩১ত ই ১৩-১ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। লক্ষ্যণীয় যে ১৯৯১ত জোষ্ঠ নাগৰিকৰ জনসংখ্যাত মহিলা (২.৯৪ কোটি)ই পুৰুষ (২,৭৩ কোটি)ক চেৰ পেলাই যায়। বিগত দুটা দশকত এই হাৰ ক্ৰমশঃ বৃদ্ধি পোৱা বুলি সংস্থাটোৰ প্ৰতিবেদনত কোৱা হৈছে।

উল্লেখ্য যে সাধাৰণ জনসংখাৰ তুলনাত দেশত জ্যেষ্ঠ নাগৰিকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি হোৱাটো প্রতিবেদনত ওলাই পৰিছে। ২০০১ৰ পৰা ২০১১ৰ দশকত জ্যেষ্ঠ নাগৰিকৰ জনসংখ্যা ৩৫.৫ শতাংশ বৃদ্ধিৰ বিপৰীতে ২০১১-২১ত ই.৩৫.৮ শতাংশ বৃদ্ধি হয় আৰু ২০২১ ৩১ দশকতই ৪০,৫ শতাংশ বৃদ্ধি হ’ব বুলি কোৱা হৈছে।

ইয়াৰ বিপৰীতে সাধাৰণ জনসংখ্যা উল্লেখিত দশকত ক্ৰমে ১৭,৭ৰ পৰা ১২.৪ শতাংশলৈ অৱনমিত হৈছে আৰু ৮.৪ শতাংশলৈ অৱনমিত হোৱাৰ পূর্বানুমান কৰা হৈছে। প্রতি বছৰে গড়ে ৩.২৮ শতাংশকৈ দেশত জ্যেষ্ঠ নাগৰিকৰ জনসংখ্যা বৃদ্ধি পাইছে।

এই প্রতিবেদন অনুসৰি সম্প্ৰতি কেৰেলাত দেশৰ সৰ্বাধিক সংখ্যক (১৬.৫ শতাংশ) জ্যেষ্ঠ নাগৰিক আছে। তাৰ পাছতে আছে ক্রমে তামিলনাড়ু (১৩:৬), হিমাচল প্রদেশ (১৩.১), পাঞ্জাৱ (১২৬), অন্ধ্র প্রদেশ (১২.৪ শতাংশ)। ইয়াৰ বিপৰীতে বিহাৰ (৭.৭), উত্তৰ প্ৰদেশ (৮.১) আৰু অসম (৮.২ শতাংশ)ত তুলনামূলকভাবে জেষ্ঠ নাগৰিকৰ জনসংখ্যা কম।

লক্ষ‍্যণীয় এয়ে যে সম্প্রতি দেশত আর্থিকভাৱে নিৰ্ভৰশীল জ্যেষ্ঠ নাগৰিকৰ হাৰ ১৫.৭ শতাংশ আৰু ই অহা দশকত ২০.১ শতাংশলৈ বৃদ্ধি পাব বুলি কোৱা হৈছে। উল্লেখ্য যে ১৫ বছৰৰ পৰা ৫৯ বছৰৰ এশজন লোকৰ ভিতৰত কিমানজন জ্যেষ্ঠ নাগৰিক তাৰ ওপৰত ভিত্তি কৰি এই আর্থিক নিৰ্ভৰশীলতাৰ হাৰ উলিওৱা হয়।

প্রতিবেদন অনুসৰি দেশৰ বিভিন্ন ৰাজ্যত এই হাৰ যথেষ্ট পৃথক। যেনে ২০১১ত দিল্লীত আর্থিক ক্ষত্ৰত পৰনিৰ্ভৰশীল জ্যেষ্ঠ নাগৰিক ১০.৪ শতাংশ হোৱাৰ বিপৰীতে কেৱালাত ই ১৯.৬ শতাংশ। আনহাতে, চলিত বৰ্ষত অসমত এই হাৰ ১২.৭ শতাংশ হোৱাৰ বিপৰীতে কেৰেলাত ২৬:১ শতাংশ। প্রতিবেদনৰ তথ্য অনুসৰি, কেৰেলা, তামিনলাডু, হিমাচল, পাঞ্জাৱ আদি ৰাজ্যত পুৰুষৰ তুলনাত মহিলা জোষ্ঠ নাগৰিকৰ আৰ্থিক পৰনিৰ্ভৰশীলতাৰ হাৰ যথেষ্ট বেছি।

ভাৰতৰ জোষ্ঠ নাগৰিকৰ জনসংখ্যাৰ এনে বর্ধিত আৰু পৰিৱৰ্তিত ৰূপৰ স’তে মোকাবিলা কৰিবলৈ কেনে ধৰণৰ নীতি গ্ৰহণ কৰা বাঞ্ছনীয় তাক লৈও চর্চা অব্যাহত আছে। ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্রণালয়ৰ অধীনস্থ সংস্থাটোৱে জোষ্ঠ নাগৰিকৰ সমস্যাসমূহ দাঙি ধৰিছে এই ক্ষেত্ৰত প্ৰয়োজনীয় নীতি ৰূপায়ণৰ ক্ষেত্ৰত সহায়ক হোৱাৰ লক্ষ্যৰে।

দেশত জোষ্ঠ নাগৰিকসকল সম্মুখীন হৈ অহা আন এক গুৰুতৰ সমস্যা হৈছে অসুস্থতা আৰু উপযুক্ত স্বাস্থ্যসেৱাৰ অভাৱ। ক’ৰনা মহামাৰীৰ পূৰ্বে ২০২০ৰ জানুৱাৰীত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ে প্রকাশ কৰা এক প্রতিবেদন অনুসৰি, প্রতি তিনিগৰাকী জ্যেষ্ঠ নাগৰিকৰ দুগৰাকীয়ে বিভিন্ন পুৰণি ৰোগত আক্রান্ত।

প্রায় ২৩ শতাংশ জ্যেষ্ঠ নাগৰিক কে’বাটাও ৰোগত আক্রান্ত। ইয়াৰে গৰিষ্ঠসংখ্যকে পুৰণি হৃদৰোগ (কার্ডিঅ’ ভাছকুলাৰ) আৰু উচ্চ ৰক্তচাপজনিত ৰোগত ভূগি আহিছে। ইয়াৰ উপৰি হাড় আৰু গাঁঠিৰ বিভিন্ন সমস্যাৰ লগতে বহুমূত্ৰ ৰোগ গৰিষ্ঠসংখ্যক জ্যেষ্ঠ নাগৰিকৰে সহজাত হৈ পৰিছে। ভাৰতত ৬০ বছৰৰ ওপৰৰ জনসংখ্যাৰ ১৪ শতাংশই বহুমূত্ৰ ৰোগত আক্রান্ত।

এইসমূহৰ উপৰি পুৰণি হাওঁফাওঁৰ ৰোগ তথ্য স্নায়বিক ৰোগেও জ্যেষ্ঠ নাগৰিকসকলক পীড়িত কৰিছে। উল্লেখ্য যে লোষ্ঠ নাগৰিকৰ মাত্র ০.৭ শতাংশই কৰ্কট ৰোগ লৈ জীয়াহ আছে। তাৰ বিপৰীতে উচ্চ কলেষ্টৰেলত ২.৫ শতাংশ আৰু ষ্ট্ৰ’কত ২.৭ শতাংশ আক্রান্ত হোৱাৰ তথ্য উক্ত প্রতিবেদনে দাঙি ধৰিছে। উদ্বেগজনক এয়ে যে ২০৩০ৰ ভিতৰত মূল ৰোগসমূহ (নোসোঁচৰা)ত আক্রান্ত মুঠ জনসংখ্যাৰ ৪৫ শতাংশই হ’ব জ্যেষ্ঠ নাগৰিকৰ।

সেয়েহে ইয়াৰ মোকাবিলাৰ বাবে উপযুক্ত আৰু পর্যাপ্ত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি তথা নীতি প্রস্তুত কৰি তাক সময় সাপেক্ষভাৱে ৰূপায়ণ কৰিব নোৱাৰিলে দেশত জ্যেষ্ঠ নাগৰিকসকলে অধিক কষ্ট ভুগিবলগীয়া হোৱাটো নিশ্চিত।

সবাতোকৈ দুর্ভাগ্যজনক বিষয়টো হৈছে দেশের অধিকাংশ জ্যেষ্ঠ নাগৰিকে আনুষ্ঠানিকভাৱে জীৱিকাৰ পৰা অৱসৰ গ্ৰহণৰ পাছতে নতুন সমস্যাৰ সম্মুখীন হ’বলগীয়া হয়। ঘাইকৈ আর্থিক কাৰণতে তেওঁলোকৰ অধিকাংশই অপমান, অৱহেলা আৰু অকলশৰীয়া জীৱন কটাবলৈ বাধ্য হৈ পৰে।

ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত এটি ব্যক্তিগত সংস্থাই চলোৱা সমীক্ষা অনুসৰি ভাৰতত কমেও ৬৫ শতাংশ জ্যেষ্ঠ নাগৰিক দুখীয়া আৰু তেওঁলোকৰ কোনো উপাৰ্জনৰ উৎস নাই। ইয়াৰ বিপৰীতে প্রায় ৩৫ শতাংশ জোষ্ঠ নাগৰিক ধন সম্পত্তি, জমা পুঁজি বিভিন্ন স্থানত বিনিয়োগ আৰু উত্তৰাধিকাৰীৰ সূত্রে লাভ কৰা ধন-সম্পদৰ গৰাকী৷

তেওঁলোকে লগতে সন্তানৰ পৰাও মৰম-চেনেহ আৰু শ্ৰদ্ধা লাভ কৰে। এক দশক পাছত ২০ কোটি হ’বলৈ আগবঢ়া দেশৰ জ্যেষ্ঠ নাগৰিকৰ ৬৫ শতাংশই আর্থিক ক্ষেত্ৰত পৰনির্ভৰশীল হৈ দুর্দশাগ্রস্ত জীৱন কটাব লগা হোৱাটো এই তথ্যই স্পষ্ট কৰি তোলে। এইসকল জ্যেষ্ঠ নাগৰিকে সততে নিজৰ সন্তান অথবা নিকটাত্মীয়ৰ দ্বাৰাই অপমান আৰু অত্যাচাৰৰ বলি হ’বলগীয়া হৈছে।

ফলস্বৰূপে তাৰে বহুতে এয়াই নিয়তি বুলি ধৰি লৈ মৃত্যুৰ বাবে। কৰুণভাৱে অপেক্ষা কৰিছে। পুৰুষতকৈ আয়ুস অধিক হোৱা মহিলা ভোষ্ঠ নাগৰিকসকল অধিক এনে অবাঞ্ছিত ব্যৱহাৰৰ সম্মুখীন হয়। ইয়াৰ অন্য কাৰণ হৈছে, এই মহিলাসকল প্ৰায়সংখ্যকৰে কোনো উপাৰ্জনৰ উৎস নাই আৰু গৃহিণী হিচাপেই তেওঁলোকে দায়িত্ব পালন কৰিছে।

এই ক্ষেত্ৰত শিক্ষাৰ অভাব, লিংগ-বৈম আৰু বহুসংখ্যকে দীঘলীয়া বৈধব্যক আকোৱালি ল’বলগীয়া হোৱাটো আন এক গুৰুত্বপূর্ণ কাৰণ। প্রচণ্ড ধৈর্য শক্তি তথা সহনশীল গুণৰ বাবে এইসকল মহিলাই এনেদৰে অপমানজনক জীৱন কটাবলগীয়া হোৱাটো দেশৰ বাবেই অতি দুৰ্ভাগ্যজনক। তদুপৰি তেওঁলোকৰ শ্ৰমো যথোচিতভাৱে দেশৰ সম্পদ বৃদ্ধিত ব্যৱহৃত নোহোৱাটো চিন্তনীয় বিষয়।

সাংবাদিকৰূপে আমেৰিকা ভ্রমণৰ সময়ত দেখা পাইছিলো যে তাত জ্যেষ্ঠ নাগৰিকৰ বাবে সকলো সা-সুবিধাসম্পন্ন আৱাসৰ ব্যৱস্থা আছে। যিসকল লোকে জীৱিতা তথ্য অন্যান্য কাৰণত পিতৃ-মাতৃৰ স’তে বাস কৰাটো সম্ভৱ নহয়, সেইসকলক তেনে আৱাসত সম্মানসহকাৰে ৰখা হয়।

তাৰ বিনিময়ত নির্দিষ্ট পৰিমাণত ধন ব্যয় কৰিবলগীয়া হয় যদিও সাধাৰণতে সপ্তাহাত্তৰ সময়ত সন্তানে গৈ সেই পিতৃ-মাতৃৰ ওচৰত সময় কটায় আৰু তেওঁলোকক অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিয়ে। ভাৰততো ইতিমধ্যে কিছুসংখ্যক এনে আরাস গঢ়ি তোলা হৈছে যদিও আর্থিকভাবে দুর্বল অথবা পৰিয়ালৰ দ্বাৰা অৱহেলিত-অনাদৃতসকলৰ বাবে তেনে কোনো সুবিধা চকৰীয়েই হওক অথবা বেচৰকাৰী খণ্ডতেই হওক গঢ়ি উঠা নাই।

ফলস্বৰূপে দিনে দিনে জ্যেষ্ঠ নাগৰিকৰ সমস্যা গভীৰ হৈ গৈ আছে। অসমতো জ্যেষ্ঠ নাগৰিকসকলে এক সম্মানজনক জীৱন কটাব পাৰে তাৰ বাবে তেনে ধৰণৰ ব্যৱস্থা গঢ়ি তোলাটো জৰুৰী হৈ পৰিছে। সন্দেহ নাই যে বেচৰকাৰী খণ্ডৰ পৰা সহযোগিতা লাভ কৰিলেও এই ক্ষেত্ৰত চৰকাৰেই আগভাগ ল’ব লাগিব।

চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰতি সমাজৰ সম্মানজনক দৃষ্টিভংগী গঢ়ি তোলাৰ উদ্দেশ্যে প্রয়োজনীয় নীতি প্রণয়ন কৰি তাক ৰূপায়ণ কৰিব লাগিব। অৱশ্যে এই ক্ষেত্ৰত সপ্তান তথা নিকটাত্মীয়সকলৰ দায়িত্বও কম নহয়। জোষ্ঠ নাগৰিকসকলৰ সাঁতে নিয়মীয়াকৈ যোগাযোগ আৰু আদান-প্রদান অতি জৰুৰী। তেওঁলোকৰ স্বাস্থ্য আৰু স্বাধীনভাবে জীবন-যাপনৰ ক্ষেত্ৰত সম্মুখীন হোৱা সমস্যা তথা পৰিবৰ্তনৰ প্ৰতি দৃষ্টি ৰখাটো অপৰিহাৰ্য।জীৱনৰ বিয়লি বেলাত এইসকল লোকে অলপ মৰম যতন যদি পাবলৈ সক্ষম নহয়, তেন্তে অকৃতক্ষতাৰ পাপত সমাজ ভূগিব লগা নহ’বনে?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: প্ৰাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d