প্ৰাক্তন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰৰ দেহাৱসান

24regminister

প্ৰাক্তন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰৰ দেহাৱসান । বিগত এমাহৰো অধিক সময় ধৰি চিকিৎসাধীন হৈ আছিল মুহিব মজুমদাৰ।

ADVERTISEMENT

আজি পুৱা আঠ বাজি ১৫ মিনিটত GMCHত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে। মৃত্যুৰ সময়ত প্ৰয়াত মজুমদাৰৰ বয়স আছিল ৮৯ বছৰ।

Exit mobile version