ৰঙাপৰাত ভিক্টোৰিয়া ক্লাবৰ ব্যতিক্ৰমী পদক্ষেপ

ৰঙাপৰাত ব্যাতিক্রম ৰূপত বাতৰি পঢ়াৰ দৃষ্টি আৰ্কষন শ্যামা পুজাত। ছপা মাধমে যুগ যুগ ধৰি সমাজত এক ঐতিহ্য বহন কৰি আহিছে।ৰঙাপৰা ভিক্টৰীয়াচ ক্লাবে এই বেলি শ্যামা পুজাৰ লগত সংগতি ৰাখি পঢ়ুৱৈৰ মাজত বাতৰি কাকত প্ৰচলনৰ বৃদ্ধিৰে এক প্ৰদৰ্শনী, ৰঙাপৰাৰ বাতৰি কাকতৰ বিপনীৰ ছবি, আৰু বাতৰি কাকত পঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ভিক্টোৰিয়া ক্লাবৰ এনে ন চিন্তাক ৰাইজে তথা পাঠক সমাজে শলাগ লয়।

Exit mobile version