Zika Virus : কানপুৰত জিকা সংক্ৰমণ, ৮৯ আক্ৰান্তৰ ১৭ শিশু

1003845 984226 zika virus thinkstock 100318

উত্তৰ প্রদেশৰ কানপুৰত মহবাহিত জিকা ভাইৰাছ ধৰা পৰিছে । ৰাজ্যখনত ৮৯ জন এই ভাইৰাছত আক্ৰান্ত হৈছে । ইয়াৰে ১৭টি শিশু আৰু এগৰাকী গৰ্ভৱতী মহিলা । ই বিৰল স্নায়বিক ব্যাধিৰ দৰে গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে ।

উদ্যোগ নগৰীখনত ২৩ অক্টোবৰত প্ৰথম জিকা ভাইৰাছ চিনাক্ত হয় । বিগত সপ্তাহৰ পৰা সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে ।

Exit mobile version