Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দ্বিধাগ্ৰস্ত ৰাইজক ক’ভিড প্ৰতিষেধক লোৱাৰ আহ্বান

সাত জিলাৰ খিলঞ্জীয়া পন্থাৰ প্ৰতিনিধি, খ্ৰীষ্টান ধৰ্মীয় নেতৃত্ব, সামাজিক কৰ্মীৰে দিছপুৰত স্বাস্থ্যমন্ত্ৰী-মুখ্য সচিবৰ বৈঠক

publisher by publisher
November 12, 2021
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
7
SHARES
68
VIEWS
ShareShareShareShare

অসমত চলিত মাহৰ ভিতৰতে ১০০ শতাংশ যোগ্য লোকৰ প্ৰথম পালি ক’ভিড টীকাকৰণ সম্পূৰ্ণ কৰিবলৈ জোৰদাৰ প্ৰয়াস চলাইছে ৰাজ্য চৰকাৰে । এই পৰ্যন্ত ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থকা সকলো যোগ্য লোকক ক’ভিডৰ সুৰক্ষা কৱচস্বৰূপ প্ৰতিষেধক গ্ৰহণৰ বাবে উৎসাহী কৰি তোলাৰ বাবে ধৰ্মগুৰু, খিলঞ্জীয়া পন্থাৰ নেতৃত্ব তথা স্থানীয় সামাজিক কৰ্মীসকলক বিশেষ উদ্যোগ ল’বলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে ।

ADVERTISEMENT

এই সন্দৰ্ভত দিছপুৰৰ জনতা ভৱনত আজি সাতখন জিলাৰ থলুৱা লোক-বিশ্বাস অনুসৰণকাৰী পন্থাৰ প্ৰতিনিধি, খ্ৰীষ্টান ধৰ্মীয় নেতৃত্ব আৰু সামাজিক কৰ্মকৰ্তাৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য সচিব জিষ্ণু বৰুৱাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । কোকৰাঝাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, গোৱালপাৰা, ওদালগুৰি, শোণিতপুৰ আৰু কামৰূপ(মহানগৰ) জিলাৰ একুৰিৰো অধিক ধৰ্মীয় নেতা, থলুৱা পন্থাৰ প্ৰতিনিধি আৰু সামাজিক কৰ্মীয়ে এই বৈঠকত অংশগ্ৰহণ কৰে । স্বাস্থ্য বিভাগৰ সচিব সিদ্ধাৰ্থ সিং, এনএইচএমৰ ৰাজ্যিক সঞ্চালক ডাঃ এছ লক্ষ্মনন, পৰিয়াল কল্যাণ সঞ্চালক মুনীন্দ্ৰনাথ নাটে আৰু কামৰূপ(মহানগৰ)ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে চাৰিখন জিলাৰ অতিৰিক্ত উপায়ুক্তয়ো ভাগ লয় ।

RelatedPosts

AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon: ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Kokrajhar:কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক

Agp Meeting In Ambari:আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সভা

এই বৈঠকত এইকেইখন জিলাৰ লগতে ডিমা হাচাও, কাচাৰ, বাগচা, দৰং আৰু চিৰাঙকে ধৰি কে’বাখনো জিলাৰ বহু ভিতৰুৱা, পাহাৰীয়া, সীমান্তৱৰ্তী তথা চাহ বাগিচা অঞ্চলৰ বহু অংশত এতিয়াও সৰহসংখ্যক লোকেই ক’ভিড প্ৰতিষেধক ল’বলৈ অনিচ্ছুক হৈ ৰোৱাৰ কাৰকসমূহৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হয় । বৈঠকত স্বাস্থ্যমন্ত্ৰী, মুখ্য সচিব, স্বাস্থ্য বিভাগৰ সচিব আৰু এনএইচএমৰ ৰাজ্যিক সঞ্চালকে ক’ভিড প্ৰতিষেধক গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তা আৰু উপযোগিতা সম্পৰ্কে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ৰাজ্যবাসীক ক’ভিড অতিমাৰীৰ পৰা সুৰক্ষিত কৰাৰ বাবে নৱেম্বৰৰ ভিতৰতে ৰাজ্যখনে এশ শতাংশ যোগ্য লোকক প্ৰথম পালি ক’ভিড প্ৰতিষেধক দি সম্পূৰ্ণ কৰিবলৈ চৰকাৰে লক্ষ্য নিৰ্দিষ্ট কৰাৰ বিষয়েও অৱগত কৰে ।

ইতিমধ্যে ৰাজ্যত ১৮ বছৰৰ ঊৰ্দ্ধৰ ২.০৪ কোটিৰো অধিক লোকে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ বিপৰীতে এতিয়াও কোকৰাঝাৰ জিলাৰ কচুগাঁও, চৰাইবিল, শোণিতপুৰৰ ঢেকিয়াজুলী, গোৱালপাৰাৰ ৰঙাজুলি, পশ্চিম কাৰ্বি আংলঙৰ জিৰিকান্দিং, উমপাইনাইৰ লগতে গোৱালপাৰা আৰু ওদালগুৰিৰ বহু ভিতৰুৱা গাৰো গাঁও, বিটিআৰৰ ভূটান সীমান্তৱৰ্তী এলেকাত কে’বা হেজাৰ লোকে বিভিন্ন উৰা বাতৰি, অপপ্ৰচাৰ, অন্ধ বিশ্বাস আদিৰ বাবে ক’ভিড প্ৰতিষেধককলৈ দ্বিধাগ্ৰস্ত আৰু অনিচ্ছুক হৈ আছে ।

জিলাকেইখনৰ এই অঞ্চলসমূহৰ বাসিন্দাসকলৰ মাজত ক’ভিড প্ৰতিষেধক গ্ৰহণৰ উপযোগিতাৰ বিষয়ে জনসজাগতা বৃদ্ধি আৰু ক’ভিড প্ৰতিষেধক সম্পৰ্কীয় উৰা বাতৰি-অপপ্ৰচাৰ আদিয়ে সৃষ্টি কৰা বিভ্ৰান্তি আঁতৰাই ৰাইজক প্ৰতিষেধক ল’বলৈ উৎসাহী কৰিবলৈ স্থানীয় গীৰ্জাঘৰ, থলুৱা পন্থাৰ প্ৰতিনিধি আৰু সামাজিক কৰ্মীসকলে জিলা প্ৰশাসনৰ সহযোগত অহা ১৪ নৱেম্বৰৰ পৰাই সক্ৰিয়তাৰে উদ্যোগ ল’বলৈ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যসচিবে জনোৱা আহ্বানলৈ বৈঠকত অংশগ্ৰহণকাৰী ধৰ্মীয় নেতা-প্ৰতিনিধিসকলে পূৰ্ণ সঁহাৰি জনায় ।

এই ক্ষেত্ৰত তেওঁলোকক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট জিলাৰ উপায়ুক্ত আৰু স্বায়ত্ব পৰিষদৰ প্ৰধান সচিবসকলক আজিৰ ভিতৰতে মুখ্য সচিবে নিৰ্দেশনা আগবঢ়াব । জিলা উপায়ুক্তসকলে স্থানীয় ধৰ্মীয় নেতা-সামাজিক কৰ্মী আৰু বিশিষ্ট লোকৰ সহযোগত এনে গাঁও-অঞ্চলসমূহত বাসিন্দাসকলৰ মাজত ক’ভিড প্ৰতিষেধকক লৈ থকা দ্বিধাগ্ৰস্ততা আঁতৰোৱাৰ বাবে প্ৰয়োজনীয় কাৰ্য পৰিকল্পনা স্থিৰ কৰিব ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Jishnu BaruaKeshab Mahanta
publisher

publisher

Related Posts

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d