জানেনে বদহজমৰ এইসমূহ উপসর্গ

b3ddfbb1f70b745e5ba4aef2229bbe76e19c74e94e8d0d92212a5b86a1e4d381

বদহজমৰ কিছুমান বিশেষ উপসর্গ আছে। এইবােৰ উপসৰ্গৰ ভিতৰত অন্যতম হ’ল—

★আক্রান্ত লােকৰ পেটটো অনবৰতে ভৰি থকাৰ দৰে অনুভৱ হয়। একো বস্তু খাবলৈ মন নাযায়।

★পেটৰ কামােৰা হ’ব পাৰে।

★সাধাৰণতে আক্রান্ত লােকৰ জিভাত জাৰি কৰে। অর্থাৎ জিভাখনৰ ওপৰফালে বগা চামনিসদৃশ কিছুমান পদার্থ জমা হয়।

★মাজে মাজে বমি ভাব হােৱাটো আন এক লক্ষণ। শৌচ স্বাভাৱিকভাৱে নহয়। বেছিকৈ চাপ দিলেহে সামান্য পৰিমাণে শৌচ হয়।

★শাৰীৰিকভাৱে দুর্বলতা অনুভৱ কৰে।

★বুকুখন জ্বলাপােৰা কৰা বদহজমৰ আন এক লক্ষণ।

★কিছুমানৰ আকৌ মূৰৰ বিষাে হয়।

★কেতিয়াবা দীর্ঘদিন বদহজমৰ সমস্যাত আক্রান্ত হলে শৰীৰৰ ওজন হ্রাস পাব পাৰে।

Exit mobile version