Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

    ১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বৰভাগৰ ৩৮০০০ কৃষি ভূমিক লৈ ২০ বছৰে ল’ৰা-ধেমালি চৰকাৰৰ, বন্ধ হৈ ৰ’ল কোটি টকীয়া শ্লুইছ গেট নিৰ্মাণ

ফাইলতে হেৰাল ১০ কোটি, বানৰ প্ৰকোপত ঘৰ-মাটি এৰিব লগা হ'ল শ শ পৰিয়ালে

publisher by publisher
November 14, 2021
in Assam, India, News
Reading Time: 1 min read
0
বৰভাগৰ ৩৮০০০ কৃষি ভূমিক লৈ ২০ বছৰে ল’ৰা-ধেমালি চৰকাৰৰ, বন্ধ হৈ ৰ’ল কোটি টকীয়া শ্লুইছ গেট নিৰ্মাণ
2
SHARES
22
VIEWS
ShareShareShareShare

নদীখন, অৰ্থাৎ কৃত্ৰিমভাৱে খান্দি উলিওৱা চেনেলটো (ভৈৰাতোলা) এতিয়াও বৈ আছে । নদীখনৰ বুকুৰে উজাই আহি সৰু নাঁওকেইখনৰে এতিয়াও মাছ মাৰি আছে ভতিয়নিৰ সহদেৱ দাস, কন্দৰ্প দাস, তিলোঁ দাস আদিকে ধৰি কেইজনমান মাছুৱৈয়ে । দিনটো মাছ মাৰি সেই মাছ বিক্ৰী কৰি পৰিয়াল পোহপাল দি আছে তেওঁলোকে । কিন্তু যি বৃহৎ উদ্দেশ্যত এই নদীখন কোটি টকা খৰছ কৰি চৰকাৰে খান্দি উলিয়াইছিল তাৰ কিছু শতাংশ কামত আহিল যদিও আজি প্ৰায় কুৰি বছৰ ধৰি সম্পূৰ্ণ কামত নাহিল । এতিয়াও যমৰ যাতনা ভুগি থাকিল হেজাৰ হেজাৰ কৃষক ৰাইজে ।

ADVERTISEMENT

উপৰ্যুপৰি বানৰ প্ৰকোপত ঘৰ-মাটি এৰি আন ঠাইলৈ যাবলগা হ’ল শ শ পৰিয়াল । এই ঘটনা নলবাৰী জিলাৰে বৰক্ষেত্ৰী সমষ্টিৰ এক উল্লেখনীয় অঞ্চল বৰভাগৰ । বৰভাগ ৰাজহ চক্ৰৰ এক বিভাগীয় সূত্ৰ অনুসৰি উপৰ বৰভাগৰ ৫৩ আৰু পূব বৰভাগৰ আঠখনকৈ ৰাজহ গাঁও সামৰি অঞ্চলটোত আছে ৫৭৩১৩ বিঘা ভূমি । ইয়াৰ কৃষি ভূমি এলেকা হ’ল ৩৮০০০ বিঘা ।

RelatedPosts

Nalbari Murder Incident :নলবাৰীৰ বৰভাগত লোমহৰ্ষক হত্যাকাণ্ড

গোসাঁইগাঁৱত চুইছ গেট নিৰ্মাণৰ নামত ঠিকাদাৰৰ দুৰ্নীতি

চক্ৰ বিষয়াই বান সাহাৰ্য্য বন্ধ কৰাৰ হুংকাৰত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া

আনহাতে, পৰিসংখ্যা বিভাগৰ এক সূত্ৰ অনুসৰি অঞ্চলটোৰ ২৭খনকৈ গাঁও সঘনে প্লাবিত হৈ অহাৰ লগতে প্ৰায় অৰ্ধ শতাংশ কৃষিভূমি সঘনে প্লাবিত হয় । লক্ষণীয় যে এই পৰ্যন্ত বছৰৰ সকলো ঋতুত পানীৰ প্ৰকোপ সহিব লগা হয় সমগ্ৰ গাঁৱে । উল্লেখ্য যে বৰভাগ অঞ্চলৰ এনে দীর্ঘদিনীয়া বান সমস্যাৰ স্থায়ী সমাধান হওক বুলি কুৰি বছৰ পূৰ্বে খন্দা হয় ভৈৰাতোলা নদীখন । যাৰ ফলত বৰভাগক জলা-কলা খুৱাই অহা নোনা আৰু বৰলীয়া নদীৰ সোঁত সুকীয়া হৈ পৰিল । সঘনে চিঙি থকা মঠাউৰিবোৰ বহু শতাংশই নিচিগা হ’ল ।

মাছমৰীয়া সহদেৱ দাসে কয়, ‘এই জানটো খন্দাৰ পৰা আমাৰ উপাৰ্জনৰ নতুন পথ ওলাল । বৰভাগ অঞ্চলৰ বৰলীয়া নদী আৰু নোনা নদীৰ মঠাউৰি চিগা ঘটনাটোও বহু পৰিমাণে কমিল । কিন্তু ইয়াত যিখন শ্লুইছ গেট নিৰ্মাণ কৰাৰ কথা আছিল সেইখন নিৰ্মাণ নকৰাত পাগলাদিয়াৰ বাঢ়নী পানী এই জানটোৰে সোমাই বৃহৎ এলেকাৰ কৃষিভূমি, বহুকেইখন গাঁও ডুবাই দিয়ে ।’

অনুৰূপ মন্তব্যই প্ৰকাশ কৰিলে দোকহা অঞ্চলৰ আন এজন মাছমৰিয়া, কৃষক কন্দৰ্প দাস আৰু তিলোঁ দাসে । কন্দৰ্প দাসে কয়, ‘পুলকেশ বৰুৱা ছাৰৰ দিনত এই জানটো খন্দা হৈছিল আৰু ইয়াত ঠেঠা গোঁসাইৰ থান সংযোগ হোৱাকৈ এখন শ্লুইছ গেট নিৰ্মাণ আৰম্ভ কৰা হৈছিল । শ্লুইছ গেটখনৰ ওপৰেৰে পথ পৰ্যন্ত নিৰ্মাণ কৰি দুয়োটা অঞ্চল সংযোগ কৰাৰ পৰিকল্পনা প্ৰকাশ কৰিছিল বৰুৱা ছাৰে । কিন্তু এতিয়াও সেই কাম হৈ নুঠিল । আনকি যিখিনি নিৰ্মাণকাৰ্য আগবাঢ়িছিল সেয়াও জহি-খহি গ’ল । মেচিন পৰ্যন্ত এৰি থৈ গ’ল বিভাগে ।’

ইপিনে, জানটোৰ পূব পাৰত আছে এখন ঐতিহাসিক আধ্যাত্মিক উপাসনাস্থলী ঠেঠা গোঁসাইৰ থান । থানখনলৈ বহু সংখ্যক ভক্তৰ নিয়মীয়া আগমন ঘটাৰ লগতে মাঘত ভক্তৰ স্ৰোত বয় । ভক্তৰ অহা-যোৱাৰ বাবে থান কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে মিলি বাঁহৰ সাঁকো দিয়ে । তেনেকৈয়ে চলে অহা-যোৱা । ইফালে, এনে পৰিস্থিতিতো বিগত কুৰিটা বছৰে চৰকাৰে শ্লুইছ গেটখন নিৰ্মাণ নকৰাত উপায়বিহীন অৱস্থা প্ৰকাশ কৰিলে স্থানীয় ৰাইজে ।

উল্লেখ্য যে উক্ত শ্লুইছ গেটখন নিৰ্মাণৰ নামত ২০০১তে চৰকাৰে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ যোগেদি ন কোটি ৯৬ লাখ টকাৰ অনুমোদন দিছিল । আনকি বিভাগে ইয়াৰ নিৰ্মাণকাৰ্য আৰম্ভও কৰিছিল । কিন্তু তাৰ কিছু পাছৰে পৰা এই পৰ্যন্ত বন্ধ হৈ থাকিল গেটখনৰ নিৰ্মাণকাৰ্য ।

লক্ষণীয় যে, সুদীৰ্ঘ ১৫ বছৰ ধৰি বৰক্ষেত্ৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা প্ৰয়াত ভূমি বৰ্মন আৰু তদানীন্তন বিধায়ক নাৰায়ণ ডেকাইও গেটখন নিৰ্মাণত গুৰুত্ব নিদিলে । ফলত অনুমোদিত প্ৰায় ১০ কোটিকৈ টকা ক’ত কি ঘটিল সেয়া ৰাহস্যজনক হৈ পৰিছে ।

ইপিনে, আঁচনিখনৰ প্ৰবৰ্তক তদানীন্তন বিধায়ক তথা প্ৰাক্তন স্পীকাৰ পুলকেশ বৰুৱাই নাৰায়ণ ডেকাক এই সন্দৰ্ভত উনুকিয়াই দিয়াৰ পাছতো গুৰুত্ব নিদিয়া বুলি বৰুৱাই ক্ষোভ প্ৰকাশ কৰে ।

আজি “দৈনিক অগ্ৰদূত”ক বৰুৱাই এনেদৰে কয়, ‘এই বিলাকত এমএলএ-জনৰ ভূমিকা লাগে । মই টকাটোহে অনুমোদন কৰাই আহিলো, পাছততো আৰু মই এমএলনাই । টকাটো ব্ৰহ্মপুত্ৰ ব’ৰ্ডক ৰিলিজো কৰা হ’ল । তাৰ পাছত কামটো হ’ব লাগিছিল, কিন্তু হোৱাটো নাই । কিন্তু পাছত কিয় তেনেকৈ থাকিল ভাবিলে আচৰিতেই লাগে । মই এটা কাম কৰিলো, যাৰ কাৰণে বৰভাগত আজি বানপানী নাই । সেইটো হ’ল বৰলীয়া নদীটো আগতে সেইফালেদি পাগলাদিয়াত লগ লাগি গৈছিল । মই বৰলীয়াটোৱেই ঘূৰাই দিলো বুল্লুতেদি ।’

তেওঁ লগতে কয়, ‘এই ভৈৰাতোলা জানটো খান্দি বুল্লুতেদি পেলাই দিয়াৰ পাছত নোনা, বৰলীয়া সুকীয়া হৈ গ’ল কাৰণে মঠাউৰিবিলাক নিছিগা হ’ল । আগতে দুই ফালে মথাউৰী ছিগিছিল । পাগলাদিয়াৰ পানী বাঢ়িলেও মথাউৰী ছিগি পানীখিনি বৰভাগত সোমায় আৰু নোনাৰো মথাউৰী ছিগে । এতিয়া সেই সমস্যাটো অলপ কমিছে, কিন্তু যেতিয়া পানী বাঢ়ি যায় পাগলাদিয়াত, সেইখিনি দুখুঁটি মুখে সোমাই আহে । এই শ্লোইছ গেটটো থকা হ’লে সেইখিনি বন্ধ হৈ পৰিলহেঁতেন‌ ।’

প্ৰাক্তন স্পীকাৰ বৰুৱাই লগতে কয়, ‘গোটেই বৰভাগৰ বানপানী নিয়ন্ত্ৰণৰ দুটা কাম আছিল, এটা কাম মই শেষ কৰিলো, এইটো কাম আৰম্ভ কৰিবলৈ আৰু নাপালো । তাৰ পাছত কামটো আৰু কোনোৱে গুৰুত্ব নিদিলে । বৰ্মন আহিল, ১৫ বছৰ থাকিল, নাৰায়ণ ডেকাকো ক’লো, তেঁৱো একো নকৰিলে । এতিয়া আৰু আশা দেখা নাই ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BarbhagPulakesh Baruasluice gate
publisher

publisher

Related Posts

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে
News

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

March 11, 2026
১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
India

১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d