যিবােৰ ফল ডায়েবেটিছত আক্রান্তই খাব নালাগে

Fruits to eat and avoid in type 2 diabetes 1024x682 1

শৰ্কৰা নিয়ন্ত্রণত নাথাকিলে কিছুমান ফল ভুলতাে খাব নালাগে। কাৰণ এইবােৰ ফল খােৱাৰ লগে লগেই শৰীৰত বৃদ্ধি পাব শৰ্কৰাৰ পৰিমাণ। পকা কল খাব নালাগে।

বহুতৰে মনত ভ্রান্ত ধাৰণা আছে। যে কল বুলি ক’লে কাচকল আদিও খাব নালাগে। দৰাচলতে যিকোনাে পকাকলৰ পৰাহে আঁতৰি থাকিব লাগে। বতৰৰ ফল হিচাপে সকলােৱে আম খায়।

পিছে পকা আমটো সােৱাদযুক্ত হলেও অনিয়ন্ত্রিত ডায়েবেটিছ থকা সকলে খাব নালাগে। কেঁচা আম চালাড আদি প্ৰস্তুত কৰি খাব পাৰে। কাৰণ পকা আমৰ তুলনাত কেঁচা আমত একেবাৰে নগণ্য পৰিমাণে শর্কা থাকে।

অৱশ্যে এটা কথা ঠিক যে মাহেকত তিনি-চাৰি চৰল খালে বিশেষ ক্ষতি নহয়। অর্থাৎ সপ্তাহত এচকল আম খালে শৰ্কৰা বহুত বেছি বৃদ্ধি নহয়। গ্রীষ্মৰ ফলৰ ভিতৰত অন্যতম হ’ল কঠাল। পকা কঠালৰ শৰ্কৰাৰ পৰিমাণ বেছি থাকে।

Exit mobile version