Sour Fruit: শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ খাওক এই পাঁচবিধ ফল

1

শীতকালত, আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা স্বাভাৱিকৰ তুলনাত সামান্য হ্ৰাস হয়। সেয়েহে, শৰীৰত ভিটামিন চি,ফাইবাৰ আদিৰ দৰে কিছুমান অত্যাৱশ্যকীয় উপাদান প্ৰদান কৰিবলৈ, শীতকালত বেছিকৈ টেঙা ফল খাব লাগে।

শীতকালত কোনবোৰ ফল খাব?

কমলা: বিটা কেৰোটিন আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ কমলা চৰ্দি কাহ আৰোগ্য কৰে। হজম বৃদ্ধি কৰে। কমলাত আছে ভিটামিন চি আৰু কেলচিয়াম ।

আমলখি: ভিটামিন চি সমৃদ্ধ আমলখি দাঁত, চুলি, ছালৰ বাবে ভাল। আমলাই ৰক্তহীনতা দূৰ কৰাত উপকাৰী।

মধুৰি আম: ভিটামিন এ আৰু বি কমপ্লেক্স সমৃদ্ধ মধুৰিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। মধুৰি আম চকুৰ বাবেও উপকাৰী।

জলফাই: জলফাই ভিটামিন ই আৰু চি সমৃদ্ধ। আ’ৰ্থ্ৰাইটিছ, হাপানি উপশম কৰাত জলফাই অতি কাৰ্যকৰী।

Exit mobile version