অক্টোবৰত দেশৰ পৰা ৩১ হেজাৰ কোটি টকাৰ স্বর্ণ বিদেশলৈ প্ৰেৰণ

12 1442028890 gold

আমেৰিকা আৰু অন্যান্য মুখ্য দেশৰ বজাৰৰ শক্তিশালী স্থিতিৰ ফলত ভাৰতৰ ৰত্ন আৰু অলংকাৰৰ ৰপ্তানিৰ পৰিমাণ অক্টোবৰত ৪৫.২ শতাংশ বৃদ্ধিৰে ৩১,২৪১.০৯ কোটি টকালৈ বৃদ্ধি পালে।

ADVERTISEMENT

ৰত্ন আৰু অলংকাৰ ৰপ্তানি বৃদ্ধি পৰিসৰৰ তথ্য অনুসৰি, ২০২০ বৰ্ষত ভাৰতৰ পৰা বিদেশলৈ ৰপ্তানি হােৱা ৰত্ন আৰু অলংকাৰৰ পৰিমাণ আছিল ২১,৫১৫.৯৭ কোটি টকা। যােৱা মাহত ভাৰতৰ পৰা মুঠ ৩১,২৪১.০৯ কোটি টকাৰ স্বর্ণ বিদেশলৈ ৰপ্তানি হ’ল।

Exit mobile version