দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

E1ReslGVoAkWPhO

মাজুলীত উপস্থিত হৈ চাৰিখনকৈ ৰাস উপভোগ কৰিব মন্ত্ৰী শৰ্মাই ।

নিশাটো মাজুলীতে কটাব মন্ত্ৰীগৰকীয়ে।

নিমাতিঘাটৰ ফেৰি দুৰ্ঘটনাত ৪৫জনক জীৱন্তে উদ্ধাৰ কৰা সাহসী লোকক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে ২৫হেজাৰকৈ টকা।

Exit mobile version