টিকা নল’লে দৈনিক কৰাব লাগিব ক’ভিড পৰীক্ষণ

covid shot in arm cal oes

জৰ্মানীসহ বিশ্বৰ কে’বাখনো দেশত প্ৰতিষেধক গ্ৰহণ নকৰা ব্যক্তিৰ ক্ষেত্ৰত দৈনিক ক’ভিড পৰীক্ষণ বাধ্যতামূলক ঘোষণা কৰা হৈছে । জাৰ্মানীতো বহু সংখ্যক নাগৰিকে টিকাকৰণৰ পৰা আঁতৰি আছে ।

জাৰ্মানীৰ স্বাস্থ্য মন্ত্ৰীয়ে দেশখনত ক’ভিডৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ।

অৱশ্যে ক’ভিডৰ নতুন সংক্ৰমণে ভয়াৱহ ৰূপ ল’লেও জাৰ্মানীত নতুনকৈ সৰ্বাত্মক তলাবন্ধ কৰা নহয় বুলি চৰকাৰে স্পষ্ট কৰি দিছে ।

Exit mobile version