Fruits & Meals: ভাত ,ৰুটিৰ স’তে ফল খায় ? কি হ’ব পাৰে ইয়াৰ ফলত

1620653396 fruit

শীতকালত ভাত-দাইলৰ স’তে কমলাৰ চালাড। গৰমদিনত ৰাতি ৰুটি খোৱাৰ পাছত আম ।এনেকৈ বহুতৰে ঘৰত খোৱা হয় ।কিন্তু সমস্যাটো বেলেগ । ভাত-ৰুটিৰ স’তে ফল খোৱাৰ কিছু উপকাৰিতা আছে !

ভাত-ৰুটি খোৱাৰ সময়ত ফল খালে কি হয় ?

ভাৰতৰ প্ৰাচীন চিকিৎসা বিজ্ঞানে কয় যে যদি আন খাদ্যৰ স’তে ফল খোৱা হয়, তেনেহ’লে শৰীৰত বিভিন্ন ধৰণৰ গোটা ৰাসায়নিক পদাৰ্থ উৎপন্ন হ’ব পাৰে। ইয়াৰ পৰা বিষক্ৰিয়া হোৱাৰ আশংকাও থাকে।

ফল হ’ল এনে এক খাদ্য যি আন সকলো খাদ্যতকৈ অধিক সহজে হজম হয়। কিন্তু যদি ফলবোৰ আন খাদ্যৰ স’তে খোৱা হয়, হজম হ’বলৈ সময় লাগে। আৰু ই শৰীৰৰ ক্ষতি কৰিব পাৰে।

ফল প্ৰয়োজনতকৈ বেছি সময় পেটত থাকিলে বিভিন্ন পদাৰ্থৰ সংস্পৰ্শলৈ আহে। ই পচন ধৰিব পাৰে আৰু ইয়াৰ ফলত স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।

Exit mobile version