তিনিচুকীয়াৰ ডিগবৈত আনলাৰ ৰনতিনি দুধৰ্ষ কেডাৰ আত্মসমৰ্পণ

8220f246 2be5 4779 b041 e433da73f48d

তিনিচুকীয়াৰ ডিগবৈত আনলাৰ ( Adivashi Liberation Front of Assam) ৰনতিনি দুধৰ্ষ কেডাৰ আত্মসমৰ্পণ৷ আত্মসমৰ্পণ কৰা আনলাৰ দুধৰ্ষ কেডাৰজনৰ নাম ক্ৰমে জেমচন মুণ্ডা,লেখন প্ৰৰ্জা আৰু লোকেশ কাণ্ডোলানা। আত্মসমৰ্পণৰ সময়ত দুটা পিষ্টল,এটা ইনচাৰ্জ ৰাইফলচ আৰু২৬জাই সক্ৰিয় গুলি জমা তিনিচুকীয়া আৰক্ষীক৷

Exit mobile version